VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উইল সম্পত্তিত ৭শতাংশ ক’ৰ্ট মাচুল অসাংবিধানিক আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

voicedesk by voicedesk
May 15, 2024
in আইন
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

উইল সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল (ক’ৰ্ট ফী) ধাৰ্য কৰি প্ৰৱৰ্তন কৰা ব্যৱস্থাক সংবিধানবিৰোধী আখ্যা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ‘দ্য আছাম ট্রিবিউন’ কাকতৰ মুখ্য সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাই দাখিল কৰা ২৯১৯/২০১৮ নম্বৰৰ এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি  উচ্চ ন্যায়ালয়ে  মঙলবাৰে এই  ৰায় প্ৰদান কৰে।

 

তদুপৰি ন্যায়ালয়ে আদালত মাচুল কৰ্তনৰ বিষয়টোৰ ক্ষেত্ৰত এক যুক্তিসংগত ব্যৱস্থা প্ৰৱৰ্তন কৰাটো ৰাজ্য চৰকাৰৰ বাবে জৰুৰী বিষয় হৈ পৰা বুলি নির্দেশনাত উল্লেখ কৰে। মন কৰিবলগীয়া যে উইল কৰি থৈ যোৱা সম্পত্তিক আইনীভাৱে কাৰ্যকৰী কৰাৰ বাবে নিয়ম অনুসৰি আদালতৰ দ্বাৰস্থ হ’ব লাগে। সেই অনুসৰি আবেদনকাৰী প্ৰফুল্ল গোবিন্দ বৰুৱাই উইল সম্পত্তি কাৰ্যকৰী কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হৈছিল ৷

 

কিন্তু উইল সম্পত্তি আইনীভাৱে কাৰ্যকৰী কৰিবলৈ যাওঁতে বহন কৰিবলগীয়া হোৱা আদালত মাচুলৰ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই বৰুৱাই উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। আদালত মাচুল আইনৰ প্রথম অনুসূচীৰ ১১ অনুচ্ছেদ অনুসৰি উইল সম্পত্তি আইনীভাবে কাৰ্যকৰী কৰাৰ বাবে ৫ লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল আদায় দিব লাগে। আদালত মাচুল আদায়ৰ ক্ষেত্ৰত কোনো উচ্চ সীমা নির্ধাৰণৰ পৰিবৰ্তে ৭ শতাংশ হিচাপত আদালত মাচুল আদায় দিয়া ব্যৱস্থাকে প্রত্যাহ্বান জনাই বৰুৱাই লেখ আবেদনখন দাখিল কৰে।

 

সকলো পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ে কোনো উচ্চ সীমা নির্ধাৰণ নকৰাকৈ ৫ লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল আদায় দিয়া ব্যৱস্থাক ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰিপন্থী হিচাপে আখ্যা দিয়ে।

 

Previous Post

আজি গুৱাহাটীত আই পি এলৰ প্ৰথমখন মেচ, মহানগৰীত বিশেষ পথ নিৰ্দেশনা

Next Post

নিউজক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ, মুকলি কৰি দিয়াৰ নিৰ্দেশ

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
নিউজক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ,  মুকলি কৰি দিয়াৰ নিৰ্দেশ

নিউজক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ, মুকলি কৰি দিয়াৰ নিৰ্দেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7