VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে

voicedesk by voicedesk
March 4, 2023
in আইন
সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

ভুৱা বাতৰিৰ যুগত সত্যক দমন কৰা হৈছে। মিথ্যাচাৰৰ বলি হৈছে ৷ শুকুৰবাৰে আমেৰিকান বাৰ এছ’চিয়েশ্যনে আয়োজন কৰা এখন সন্মিলনত ভাষণ দি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এনে মন্তব্য কৰে। ইয়াৰ উপৰিও চন্দ্ৰচূড়ে পৰ্যবেক্ষণ কৰে যে মানুহৰ মাজত ধৈৰ্য্য আৰু সহনশীলতা হ্ৰাস পোৱাৰ বাবে মানুহে একাধিক সমস্যাৰ সন্মুখীন হৈছে। তেওঁৰ মতে , “ভুৱা বাতৰিৰ যুগত সত্যৰ বলি হৈছে। ছ’চিয়েল মিডিয়াৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে বীজ গজিব পাৰে যিয়ে বহুত ক্ষতি কৰিব পাৰে।”

দুখ প্ৰকাশ কৰি চন্দ্ৰচুড়ে কয় যে মানুহৰ মাজত সহনশীলতাৰ অভাৱ আধুনিক যুগৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। মুখ্য ন্যায়াধীশগৰাকীৰ মতে, ইজনে সিজনক ঠাট্টা কৰাটোও দেশৰ এক গভীৰ সমস্যাত পৰিণত হৈছে। আনকি বিচাৰকসকলো ইয়াৰ পৰা ৰেহাই পোৱা নাযায়।

তেওঁ কয়, ‘আমি এনে যুগত বাস কৰিছো য’ত মানুহৰ ধৈৰ্য্য আৰু সহনশীলতা কম। মানুহক ঠাট্টা-মস্কৰা কৰাৰ, তুচ্ছ-তাচ্ছিল্য কৰাৰ প্ৰৱণতা আছে। বিচাৰকসকলকো ঠাট্টা কৰা হয়।“ তেওঁ কয় যে ছ’চিয়েল মিডিয়াত বিশেষকৈ বিশ্বৰ সৰ্ববৃহৎ মাইক্ৰ’ব্লগিং ৱেবছাইট টুইটাৰত ট্ৰ’লিঙৰ সমস্যা আটাইতকৈ ডাঙৰ। ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলেও যিকোনো ব্যক্তিয়েই আনৰ বাবে কৌতুক হৈ পৰিব পাৰে।

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো ট্ৰলিঙক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ ফলত হোৱা ক্ষতিৰ কথাও উচ্চতম ন্যায়ালয়ত কেইবাবাৰো আহিছে। ন্যায়াধীশ চন্দ্ৰচুড়ে এই কথাও পৰ্যবেক্ষণ কৰে যে আজিকালি মানুহে ইজনে সিজনৰ মতামত আৰু দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ অনিচ্ছুক। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দাবী কৰিছে যে প্ৰযুক্তি আৰু ইয়াৰ ব্যৱহাৰ ‘নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা’ বাবে সমাজ বিপদত পৰিছে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

বিশেষ ধৰণৰ ৰুটি খালে শৰীৰত জমা নহয় চর্বি, গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
বিশেষ ধৰণৰ ৰুটি খালে শৰীৰত জমা নহয় চর্বি, গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য

বিশেষ ধৰণৰ ৰুটি খালে শৰীৰত জমা নহয় চর্বি, গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7