VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন দিশে ধূলাত কিশোৰী হত্যাৰ তদন্ত ? গ্ৰেপ্তাৰৰ এসপ্তাহতে মুকলি আকাশৰ তললৈ তিনি চিকিৎসক

voicedesk by voicedesk
November 15, 2022
in আইন
ভাষাৰ প্ৰশ্নকাকত অবিহনে এ পি এছ চিৰ মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি উচ্চ ন্যায়ালয়ৰ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ ধূলাত এগৰাকী আদিবাসী কিশোৰীক নির্মমভাৱে হত্যা কৰা  ঘটনাত ভুৱা মৰণোত্তৰ প্ৰতিবেদন প্ৰদান কৰা তিনি চিকিৎসকৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল ৷ মঙলদৈৰ তিনি চিকিৎসক অৰুণ চন্দ্ৰ ডেকা. অজন্তা বৰদলৈ আৰু অনুপম শর্মাৰ জামিন আজি মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ যোৱা ৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওগৰাকী চিকিৎসকক ৷ আদিবাসী কিশোৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱাকৈ প্ৰস্তুত কৰা বুলি তিনিও চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ ভিত্তিতে তেওঁলোকক তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

 

কিন্তু গ্ৰেপ্তাৰৰ এসপ্তাহৰ পাছতে তেওঁলোকে জামিন লাভ কৰাৰ লগে লগে কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ তদন্ত কোন দিশে গতি কৰিছে তাক লৈ  ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে ৷ এই তদন্তত এতিয়াও আৰক্ষীয়ে যোগাৰ কৰিব পৰা নাই নেকি সঠিক সাক্ষ্য-প্ৰমাণ ৷ যাৰ বাবে উচ্চ ন্যায়ালয়ৰ মজিয়াত চৰকাৰী পক্ষৰ অধিবক্তাই জামিনৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত সবল যুক্তি প্ৰদর্শন কৰিব নোৱাৰিলে নেকি ? নে এজনকৈ এজনকৈ অভিযুক্ত এনেদৰেই ওলাই যাব মুকলি আকাশৰ তললৈ ?

Previous Post

প্ৰেমিকাৰ মৃতদেহৰ টুকুৰা ফ্ৰীজত ৰখাৰ সময়তে আফতাবে ঘৰলৈ আনিছিল আন মহিলা, প্ৰতিদিনে শুইছিল মৃতদেহ ৰখা কোঠাত, কি কি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে দিল্লীৰ বর্বৰ হত্যাকাণ্ডৰ

Next Post

কন্যা দেৱীসহ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতিল বিপাশা বসু

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
কন্যা দেৱীসহ   চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতিল  বিপাশা বসু

কন্যা দেৱীসহ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতিল বিপাশা বসু

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7