VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমেৰিকাৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰা কোন এইগৰাকী প্ৰজ্ঞা চামাল?

১৩ মাৰ্চ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক অস্বাভাৱিক পৰিঘটনাৰ সাক্ষী হ’ল প্ৰজ্ঞা

voicedesk by voicedesk
March 15, 2024
in আইন
আমেৰিকাৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰা কোন এইগৰাকী প্ৰজ্ঞা চামাল?
0
SHARES
75
VIEWS
Share on FacebookShare on Twitter

১৩ মাৰ্চ তাৰিখে প্ৰজ্ঞা চামাল নামৰ এগৰাকী ২৫বছৰীয়া ভাৰতীয় যুৱতীৰ সৈতে ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক অস্বাভাৱিক পৰিঘটনাৰ সাক্ষী হ’ল সমগ্ৰ ভাৰতবাসী৷
উচ্চতম ন্যায়ালয়ৰ পৰিচাৰক আৰু এজন ন্যায়াধীশৰ চৰকাৰী বাসগৃহত ৰান্ধনি হিচাপে কৰ্মৰত অজয় কুমাৰ চামালৰ কন্যা প্ৰজ্ঞা চামাল।

উল্লেখনীয় যে এইগৰাকী ২৫ বছৰীয়া যুৱতীয়ে এল এল বি প্ৰগ্ৰেমৰ বাবে পশ্চিমীয়া ছখন বিশ্ববিদ্যালয়ৰ পৰা সুযোগ লাভ কৰাৰ লগতে ইয়াৰে দুখন বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰাৰ খবৰে আনন্দিত কৰিছে সকলোকে। কলম্বিয়া ল স্কুল, চিকাগো ল স্কুল, নিউয়ৰ্ক বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়া কেৰী ল স্কুল, ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া বাৰ্কলে স্কুল অৱ ল আৰু ইউনিভাৰ্চিটি অৱ মিচিগান ল স্কুলৰ পৰা নামভৰ্তিৰ প্ৰস্তাৱ আহিছিল প্ৰজ্ঞালৈ । ইয়াৰ উপৰিও বাৰ্কলে আৰু মিচিগানৰ আইন বিদ্যালয়ৰ পৰা তেওঁ লাভ কৰিছে বৃত্তি ।

আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ এই বৃত্তি লাভ কৰাৰ বাবেই ১৩ মাৰ্চ ,বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চি জে আই চন্দ্ৰচুৰকে ধৰি অন্যান্যসকলে উচ্চতম ন্যায়ালয়ৰ গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰত গৱেষক হিচাপে কৰ্মৰত প্ৰজ্ঞা চামালক অভিনন্দন জ্ঞাপন কৰে ।
২০২১ চনত এমিটি বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা ছামালে পিছলৈ উচ্চতম ন্যায়ালয়ৰ চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড প্লেনিং (চি আৰ পি)ত আইন গৱেষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

উচ্চতম ন্যায়ালয়ৰ পবিত্ৰ চৌহদত পিতৃয়ে কাম কৰা দেখিয়েই হয়তো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিল প্ৰজ্ঞাই ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত এটি কৃতজ্ঞতাৰ হাঁহি মাৰি ন্যায়াধীশ চন্দ্ৰচূড়ে তেওঁক প্ৰদান কৰা উচ্চতম আদালতৰ সকলো ন্যায়াধীশৰ স্বাক্ষৰ সম্বলিত ভাৰতীয় সংবিধানৰ তিনিখনকৈ কিতাপ উপহাৰ হিচাপে গ্ৰহণ কৰিচিল তেওঁ যি তেওঁৰ বাবে আাছিল আগুৱাই যোৱাৰ ক্ষেত্ৰত মহৌষধ স্বৰূপ ।

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত প্ৰজ্ঞাই কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চিজেআই চন্দ্ৰচুড় তেওঁৰ প্ৰেৰণাৰ উৎস। লগতে প্ৰজ্ঞাই কয় যে তেওঁ যুৱ অধিবক্তাসকলক সদায় উৎসাহিত কৰি আহিছে আৰু তেওঁৰ কথাবোৰ বহুমূলীয়া ৰত্নৰ দৰে। সেয়েহে সদায় তেওঁৰ প্ৰেৰণা চিজেআই চন্দ্ৰচুড়৷

Previous Post

২০২৪ৰ ফল্গুৎসৱক স্মৰণীয় কৰিব বিচাৰে নেকি?তেন্তে এইবাৰ ফাকুৱাত যাব পাৰে ভাৰতৰ এইকেইখন বিখ্যাৎ ঠাইলৈ৷

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7