VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এবিধ জনপ্ৰিয় খাদ্য টফু খায় নেকি? টফু খালে কি হয় জানো আহক

voicedesk by voicedesk
October 26, 2024
in জীৱন
এবিধ জনপ্ৰিয় খাদ্য টফু খায় নেকি? টফু খালে কি হয় জানো আহক
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত বহুতেই টফু খোৱা দেখিবলৈ পোৱা যায়। কিন্তু এই টফুৰ বিষয়ে জানিবলৈ মন যায় নিশ্চয়। খৃষ্টপূৰ্ব ২২০ মানতে চীনৰ হান ৰাজবংশৰ শাসনকালত ৰজাৰ এগৰাকী ৰান্ধনীয়ে ভুলবশত এই খাদ্যবিধৰ আৱিষ্কাৰ কৰিছিল। দেখাত পনীৰৰ দৰে এই খাদ্য বিধৰ নাম টফু। পূৰ্বতে দুই এঠাইত দেখা গৈছিল যদিও বৰ্তমান ভাৰতৰ আন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ঠাইত এই বিশেষ খাদ্য বিধে জনপ্ৰিয়তা লাভ কৰি আহিছে। ছয়াবিনৰ গাখীৰৰ পৰা তৈয়াৰ কৰা টফু বহুতো পুষ্টি গুণেৰে ভৰপূৰ। ছ’য়াবিনৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা বাবে ইয়াক ছ’য়া পনীৰ বুলিও কোৱা হয়। দেখাত পনীৰৰ দৰে লাগিলেও সোৱাদ আৰু গুণাগুণৰ ফালৰ পৰা টফু সম্পূৰ্ণ বেলেগ। বহুলোকে গৰু বা মহৰ গাখীৰ হজম কৰিব নোৱাৰে। তেওঁলোকে গাখীৰ বা আন দুগ্ধ জাত খাদ্যৰ বিকল্প হিচাপে ছ’য়া গাখীৰ আৰু ছ’য়া পনীৰ খোৱা দেখিবলৈ পোৱা যায়। টফুত প্ৰচুৰ পৰিমাণে ভেষজ প্ৰ’টিন থকাৰ লগতে শূণ্য কলেষ্টেৰল আৰু ফেট কম থকা বাবে টফু স্বাস্থ্যকৰ খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। এই খাদ্য বিধত ভিটামিন বি’ অমেগা ৩ ফেট এচিড, জিংক , কেলচিয়াম, মেংগানিজ ,কপাৰ, মেগনেচিয়াম,আইৰণ, ফচফৰাছ আদি উপাদান থাকে। টফু বা ছ’য়া পানীৰ খালে আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে —

১)। টফু নিয়মিত খালে বেয়া কলেষ্টেৰেলৰ পৰিমাণ কমি যায় আৰু ট্ৰাইগ্লিছাৰাইড কমাই ষ্ট্ৰোক আৰু আন আন কাৰ্ডিওভাছকুলাৰ ৰোগৰ সম্ভাৱনা কমোৱাত সহায় কৰে।

২)। টফুত কলেষ্টেৰল আৰু চৰ্বিৰ পৰিমাণ অতি কম থাকে। সেয়েহে টফু খালে ওজন কমাবলৈ সহজ হয়।

৩)। চৰ্বি আৰু কেলৰী কম থকা বাবে ডায়বেটিচ ৰোগীৰ বাবেও টফু এবিধ ভাল খাদ্য। প্ৰতিদিনে কমেও ২০০ গ্ৰাম টফু খালে টাইপ ২ ডায়বেটিচৰ সম্ভাৱনা নোহোৱা হয়।

৪)। টফুত থকা প্ৰ’টিন ছালৰ স্থিতিস্থাপকতা উন্নত কৰে আৰু মুখৰ পেশী বোৰক টান কৰাত সহায় কৰে।

৫)। সম্পূৰ্ণ স্বাস্থ্য সন্মত খাদ্য হিচাপে পৰিচিত টফু প্ৰ’টিন, পুষ্টি, খনিজ আৰু এণ্টি অক্সিডেণ্ট সমৃদ্ধ হোৱা বাবে ইমিউন চিষ্টেমৰ কৰ্ম ক্ষমতা উন্নত কৰাত সহায় কৰে।

টফু খালে ডায়েবেটিচ, উচ্চ ৰক্তচাপ আদি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ লগতে স্তন আৰু প্ৰ’ষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ উপৰিও বাৰ্ধক্য ৰোধ কৰাৰ লগতে মনোপ’জৰ লগত সম্পৰ্কিত সমস্যা বোৰ নোহোৱা কৰিব পাৰে।
টফুত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থকা বাবে ইউৰিক এচিড বেছি থকা বা থাইৰয়েডৰ সমস্যা থকা ব্যক্তিয়ে এই খাদ্য গ্ৰহণ কৰিব নালাগে।‌

Previous Post

হেলচী শাক খায় নেকি? এই শাক খালে কি হয় জানে নে

Next Post

শশী ফুকনৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
শশী ফুকনৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক

শশী ফুকনৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7