VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিকু বা চেপেটা ফল খাইছে নে? জানো আহক এই ফল বিধৰ বিষয়ে

voicedesk by voicedesk
December 22, 2024
in জীৱন
চিকু বা চেপেটা ফল খাইছে নে? জানো আহক এই ফল বিধৰ বিষয়ে
0
SHARES
59
VIEWS
Share on FacebookShare on Twitter

চিকু অত্যন্ত মিঠা , সোৱাদ যুক্ত আৰু সুন্দৰ গোন্ধ থকা এবিধ ফল। ইংৰাজীত Sapodila বুলি কোৱা হয় আৰু বৈজ্ঞানিক নাম Manikara zapota)
চিকু বা চেপেটা এবিধ অতি পুষ্টিকৰ ফল। এণ্টি অক্সিডেণ্ট গুণেৰে ভৰপূৰ চিকু ফলত ভিটামিন এ’, ভিটামিন চি, ভিটামিন ই’,ফাইবাৰ, কেলছিয়াম, ফচফৰাচ, পটাছিয়াম, মেগনেছিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ফলবিধৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। চিকু ফাইবাৰ সমৃদ্ধ ফল হোৱাৰ বাবে এই ফলবিধ খালে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। আধা পকা চিকু পানীত উতলাই ৰস কৰি খালে ডায়েৰিয়া ভাল হয়।

২)। চিকুত প্ৰদাহ বিৰোধী গুণ থকা বাবে গ্ৰেষ্টিক, পেট জ্বলা আদি ৰোগৰ সমাধান কৰিব পাৰে।

৩)। চিকু খালে মানসিক চাপ আৰু উদ্বেগ দূৰ হয়। তাৰোপৰি চিকুত প্ৰচুৰ পৰিমাণে ভিটামিন এ‍ আৰু চি থকা বাবে নিয়মিত চিকু খালে মুখৰ কেঞ্চাৰ প্ৰতিৰোধ কৰা যায় আৰু দাঁত ভালে ৰখাত সহায় কৰে।

৪)। চিকুয়ে শৰীৰৰ কোষৰ ক্ষতিসাধন প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত চিকু খালে ঘনাই ঠাণ্ডা লগাৰ সমস্যা কমি যায়। শ্বাস কষ্ট দূৰ কৰাৰ লগতে হাওঁফাওঁ ভালে ৰখাত সহায় কৰে।

৫)। চিকু খালে বয়সৰ চাপ নপৰাকৈ থাকে। এই ফলবিধত প্ৰচুৰ পৰিমাণে ভিটামিন এ‍ থকা বাবে চকু, ছাল আৰু হাড়ৰ বাবে খুবেই উপকাৰী।

৬)। ওজন কমাবলৈ বিচাৰিলে নিয়মিত চিকু খাব লাগে। এই ফলবিধত চৰ্বি নথকা বাবে বেছিকৈ খালেও মেদ বঢ়াৰ সম্ভাৱনা নাথাকে।

৭)। চিকুত পুষ্টি আৰু কাৰ্বোহাইডৰেট থকা বাবে কৰ্ম জীবি মহিলাৰ বাবে খুবেই উপকাৰী। গৰ্ভৱতী মহিলাৰ বমি বমি ভাৱ আৰু মূৰ ঘূৰণি নোহোৱা হয় এই ফলবিধ খালে।

৮)। চিকুত থকা কেলচিয়াম,আইৰন আৰু ফচফৰাচে হাড়ৰ গঠনক মজবুত কৰে।

৯)। চিকুত প্ৰচুৰ পৰিমাণে গ্লুক’জ থকা বাবে এই ফলবিধ খালে শৰীৰত শক্তি আহে আৰু কাম কৰাৰ প্ৰবনতা বৃদ্ধি হয়।

১০)। চিকুৰ বীজৰ চূৰ্ণ খালে কিডনীৰ ৰোগ ভাল হয় আৰু প্ৰেসাৱৰ নলীৰ পাথৰ ওলাই অহাত সহায় কৰে।

Previous Post

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

Next Post

পদিনা আমি সকলোৱে খাই ভাল পাওঁ। অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত বাধা প্ৰদান কৰে পদিনাই

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পদিনা আমি সকলোৱে খাই ভাল পাওঁ। অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত বাধা প্ৰদান কৰে পদিনাই

পদিনা আমি সকলোৱে খাই ভাল পাওঁ। অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত বাধা প্ৰদান কৰে পদিনাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7