VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুপৰীয়া টোপনি যোৱাৰ অভ্যাস আছে নেকি? এই অভ্যাস ভাল নে বেয়া জানো আহক

voicedesk by voicedesk
October 24, 2024
in জীৱন
দুপৰীয়া টোপনি যোৱাৰ অভ্যাস আছে নেকি? এই অভ্যাস ভাল নে বেয়া জানো আহক
0
SHARES
57
VIEWS
Share on FacebookShare on Twitter

দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছতেই অলপ বিশ্ৰাম লোৱাৰ বহুতৰেই অভ্যাস। বিশ্ৰাম লওঁতেই কেতিয়াবা আকৌ টোপনি আহি যায়। কৰ্মক্ষেত্ৰত থকা বহুতেই আকৌ অফিচৰ চেয়াৰতেই ৫ -১০ মিনিট টোপনি মাৰি লোৱা অভাস গঢ়ি তোলা দেখা যায়। যি কোনো খাদ্য খোৱাৰ পিছতেই তেজত চুগাৰ নিয়ন্ত্ৰণৰ বাবে প্যেনকিয়াছত ইনছুলিন তৈয়াৰ হ’বলৈ ধৰে। খাদ্য বেছিকৈ খালে বেছি ইনছুলিন উৎপন্ন হয়। এই হৰম’ন মগজুত গৈ বিপাক ক্ৰিয়াৰ যোগেদি সেৰ’ট’নিন আৰু মেলাটনিনত পৰিণত কৰে। এই মেলাট’নিনেই হ’ল টোপনিৰ হৰমন। দিনৰ টোপনিক দিবা নিদ্ৰা বুলি কোৱা হয়। এই দিবা নিদ্ৰাৰ বিষয়টো লৈ বহুতেই অভিযোগ কৰা দেখিবলৈ পোৱা যায়।কিছুমানৰ মতে এইটো অসময়ৰ টোপনি। এই টোপনিৰ ফলত শৰীৰত মেদ বৃদ্ধি হয়। স্বাস্থ্যবিদ সকলৰ মতে , দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ – ১৫ মিনিট টোপনি যোৱা অতি জৰুৰী। এই টোপনিৰ ফলত কি উপকাৰ হয় জানো আহক এই প্ৰতিবেদন যোগে —

১) দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ১০- ১৫ মিনিট টোপনি গলে শৰীৰ শান্ত হোৱাৰ লগতে বিপাক ক্ৰিয়াক তৰান্বিত কৰাত সহায়ক হয়।

২) উচ্চ ৰক্তচাপত ভোগা ব্যক্তিয়ে দুপৰীয়া আহাৰ খোৱাৰ পিছত ১০-১৫ মিনিট টোপনি যাব পাৰে। কিন্তু খাদ্য খোৱাৰ পিছত অলপ সময় খোজকঢ়া প্ৰয়োজন। দুপৰীয়াৰ বিশ্ৰামৰ ফলত ৰক্তচাপৰ ভাৰসাম্য কমোৱাত সহায় কৰাৰ লগতে খং আৰু মানসিক চাপ কমাব পাৰে।

৩) দুপৰীয়া আহাৰ খোৱাৰ পিছত ১০-১৫ মিনিট টোপনি যোৱাৰ ফলত মানসিক ভাৱে সুস্থ থকাৰ লগতে শাৰীৰিক ভাবেও সুস্থ থকাত সহায় কৰে।

৪) ডায়বেটিছ , থাইৰয়েড, পিছিঅডিৰ সমস্যা থাকিলেও দুপৰীয়াৰ অলপ সময়ৰ টোপনিয়ে শৰীৰ ভালে ৰখাত সহায় কৰিব পাৰে।

৫) দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ১০-১৫ মিনিট টোপনি যোৱাৰ ফলত স্মৃতি শক্তি বৃদ্ধি পায় আৰু মন মেজাজও ভালে থাকে।

দুপৰীয়াৰ টোপনিৰ উপকাৰীতা আছে যদিও বেছি সময় টোপনি গ’লে অপকাৰ হোৱাৰহে সম্ভাৱনা থাকে। খাদ্য গ্ৰহণ কৰাৰ পিছত সদায় খোজ কঢ়াৰ প্ৰয়োজন আৰু বিশ্ৰাম লোৱাৰ দৰে অলপ সময়হে টোপনি যোৱা উচিত।

Previous Post

কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক

Next Post

অসমীয়া সংস্কৃতিত জাকৈ -খালৈ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অসমীয়া সংস্কৃতিত জাকৈ -খালৈ

অসমীয়া সংস্কৃতিত জাকৈ -খালৈ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7