VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

voicedesk by voicedesk
February 3, 2025
in জীৱন
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

মধুৰি-আম খাবলৈ কেঁহা আৰু সামান্য টেঙা। ফলৰ মাজত বহুতো গোলাকৃতি সৰু সৰু গুটি থাকে। গুটি বিলাক টান।মধুৰি গছৰ পাত আৰু ফল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অতি সোৱাদযুক্ত মধুৰিৰ আছে বহুতো ঔষধি গুণ।জানো আহক-
১) কেঁচা মধুৰি-আম সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই খালে হুপিং কাহ ভাল হয়।
২) মধুৰি-আমৰ পাত আৰু ছাল মুখৰ অৰুচি নাশ কৰিব পাৰে । মধুৰি-আমৰ পৰা প্ৰস্তুত কৰা আচাৰেও অৰুচি ৰোগ নোহোৱা কৰে।
৩) মধুৰি-আমত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ থাকে। সেয়েহে পকা মধুৰিয়ে কুকুৰীকণা আৰু চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে।
৪) মধুৰি-আম আৰু মধুৰিৰ পাতে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।
৫) দেহৰ কোনো অংশ আঘাতপ্ৰাপ্ত হৈ তেজ ওলালে মধুৰিৰ পাত পিহি লৈ লগালে তেজ ওলোৱা বন্ধ হয়।
৬) মধুৰি পাতৰ ৰসত সমান পৰিমাণৰ আমলখিৰ মিশ্ৰণ কৰি তাত এক চামুচ মৌ মিহলাই দিনে দুইবাৰকৈ খালে ঘা শুকুৱাত যথেষ্ট সহায় কৰে।
৭) মধুৰি আৰু মধুৰিৰ পাতে দাঁতক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। মধুৰি আৰু মধুৰি পাতত থকা কেলচিয়ামে হাড় গঠন আৰু বৃদ্ধিত সহায় কৰে।
৮) মধুৰি -আমৰ পাত আৰু পকা মধুৰি নিয়মীয়াকৈ খালে ছাল মসৃণ আৰু সুন্দৰ হয়।
৯) নিয়মীয়াকৈ মধুৰি খোৱা লোকৰ মাজত কেতিয়াবা হে কৰ্কট ৰোগ হোৱা দেখা যায়। মধুৰিত থকা খাদ্যপ্ৰাণ ‘গ’ ই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
১০) মধুৰিৰ পাত চোবাই খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
১১) মধুৰি-আম আৰু মধুৰিৰ পাত পেটৰ বিষত উপকাৰী।
১২) মধুৰিয়ে দেহত ৰোগ-প্ৰতিৰোধ কৰাৰ শক্তি বৃদ্ধি কৰে।

Previous Post

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

Next Post

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
জীৱন

শীতকালত সুন্দৰ ছালৰ অধিকাৰী হৈ ধুনীয়া হৈ থাকিব পাৰি , কেনেকৈ জানো আহক

January 20, 2025
Next Post

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7