VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

voicedesk by voicedesk
January 31, 2025
in জীৱন
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ৰান্ধনি ঘৰ বাস্তু শাস্ত্ৰ মতে আগ্নেয় কোণত হ’ব লাগে। নৈৠত কোণত ৰান্ধনী ঘৰ নিৰ্মান কৰিলে ঘৰৰ মুৰব্বীৰ জীৱনত অনেক প্ৰকাৰৰ সংঘৰ্ষৰ সন্মুখীন হ’ব লগা হয়। ঘৰত বেমাৰ তথা অগ্নিৰ ভয় থাকে। ৰান্ধনী ঘৰ উত্তৰ ফালে নিৰ্মান কৰা উচিত নহয়। উত্তৰ ফালে ৰান্ধনী ঘৰ থাকিলে দুখ তথা অৰ্থনাশ হয়। সেয়েহে ৰান্ধনী ঘৰ আগ্নেয় কোণত হোৱাটো বাঞ্চনীয়। জানো আহক ৰান্ধনী ঘৰৰ বিষয়ে-
১) গেছ অথবা ষ্টোভৰ ব্যৱস্থা ৰান্ধনি ঘৰৰ আগ্নেয় কোণত অৱস্থিত কৰিব লাগে।
২) ৰান্ধনি ঘৰৰ বেচিন ঈশান কোণত হোৱা উচিত। পানীৰ ব্যৱস্থা উত্তৰী ঈশানত হ’ব লাগে।
৩) দক্ষিণ আৰু পশ্চিম ভাগত মচলা আদি থোৱাৰ ব্যৱস্থা হ’ব লাগে।
৪) ৰান্ধনি ঘৰৰ দুৱাৰ কোনো কোণত হ’ব নালাগে। পূৱ , পশ্চিম অথবা উত্তৰৰ ফালে দুৱাৰ হ’লে শুভ তথা লাভদায়ক হয়।
৫) ৰান্ধনি ঘৰত ডাইনিং টেবুল ৰাখিলে পশ্চিম বায়ব্য অথবা উত্তৰী বায়ব্য কোণত ৰাখিব লাগে।
৬) ৰান্ধনী ঘৰৰ কম ওজনৰ বস্তু সমূহ উত্তৰ অথবা পূৱ দিশত ৰাখিব লাগে।
৭) ৰান্ধনী ঘৰৰ সকলো কাম পূৱ ফালে মুখ কৰি কৰা উচিত।
আপোনাৰ সপোনৰ ঘৰখন সজোৱাৰ আগতে এই নিয়মবোৰ মানি চলিলে হয়তো আপোনাৰ সপোনবোৰেও দিঠকত ৰূপ ল’ব পাৰিব। আপোনাৰ ঘৰখন যদি ইতিমধ্যে বনোৱা হৈ গৈছে কিন্তু বাস্তু সন্মত হোৱা নাই আৰু যদি আপুনি বাস্তুশাস্ত্ৰ মতে চলিব বিচাৰে তেন্তে নিৰাশ নহ’ব । বাস্তুশাস্ত্ৰৰ প্ৰতিকাৰৰ নিয়মবোৰ জানি ল’বলৈ চেষ্টা কৰিব।

Previous Post

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

Next Post

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
জীৱন

শীতকালত সুন্দৰ ছালৰ অধিকাৰী হৈ ধুনীয়া হৈ থাকিব পাৰি , কেনেকৈ জানো আহক

January 20, 2025
Next Post

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7