আমাৰ শৰীৰত বিভিন্ন ঠাইত তিল থকা দেখা যায়। কিছুমান তিল জন্মৰে পৰা থাকে আৰু কিছুমান তিল পিছতো হ’ব পাৰে। আমাৰ হাত আৰু ভৰিত থকা তিল সমূহে কিহৰ সংকেত দিয়ে , জানো আহকচোন-
১) সোঁ ভৰিৰ তলত তিল থাকিলে জাতক ভ্ৰমণ প্ৰিয় হয়।
২) সোঁ ভৰিৰ ওপৰত তিল থাকিলে কৰ্ম নিপুন হয়।
৩) বাওঁ ভৰিত তিল থাকিলে অলস প্ৰকৃতিৰ হয়।
৪) যাৰ সোঁ হাতত তিল থাকে , তেওঁ ভোগী আৰু সুখী হয়।
৫) বাওঁ হাতত তিল থাকিলে কু কৰ্মৰ প্ৰতি প্ৰৱনতা দেখা যায়।
৬) সোঁ বাহুত তিল থাকিলে স্বাস্থ্যবান হয়।
৭) বাওঁ বাহুত তিল থাকিলে শ্ৰমৰ দ্বাৰা উন্নতি কৰিব পাৰে।
৮) সোঁ হাতৰ কৰতলত তিল থাকিলে উদ্যমী আৰু কৰ্ম নিপুন হয়।
৯) কৰতলৰ পিছফালে তিল থাকিলে দুৰ্ঘটনা হ’ব পাৰে।