VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন সময়ত আপেল খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু কোন সময়ত আপেল খাব লাগে জানো আহক

voicedesk by voicedesk
January 11, 2025
in জীৱন
কোন সময়ত আপেল খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু কোন সময়ত আপেল খাব লাগে জানো আহক
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

আমি সকলোৱে জানো , আপেল স্বাস্থ্যৰ বাবে উপকাৰী। প্ৰাচীন কালৰে পৰাই প্ৰবাদ চলি আহিছে যে, “ চিকিৎসকৰ ওচৰত যাবলৈ নিবিচাৰিলে প্ৰতিদিনে এটাকৈ আপেল খাব লাগে”। কিন্তু যিকোনো সময়ত আপেল খোৱা উচিত নে? সকলো সময়তে আপেল খালে উপকাৰ পোৱা যায় নে? বিশেষজ্ঞ সকলৰ মতে, আপেলৰ পৰা আমাৰ কি কি উপকাৰ হয় আৰু কোন সময়ত আপেল খাব লাগে জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। আপেলৰ এণ্টি অক্সিডেণ্ট গুণ থকাৰ বাবে মানসিক চাপ কমাব পাৰে আৰু এণ্টি ইনফ্লেমেটৰি গুণে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে যদিও আপেলৰ গুটিত ছায়ানাইড নামৰ এবিধ বিষাক্ত যৌগ থাকে। সেই বাবে প্ৰচুৰ পৰিমাণে আপেলৰ গুটি খালে মূৰৰ বিষ, মূৰ ঘূৰণি, বমি বমি ভাৱ, বমি আৰু গুৰুতৰ সমস্যা হ’ব পাৰে।

২)। আপেলৰ বাকলিত ভিটামিন এ’, ভিটামিন বি’, ভিটামিন চি ‘ থকাৰ উপৰিও ফ’লেট আৰু নিয়াছিন থাকে। ৰোগ প্ৰতিৰোধ শক্তি, দৃষ্টি শক্তি, আৰু এনাৰ্জি মেটাবলিজমৰ বাবে আপেলৰ বাকলি খালে উপকাৰ পোৱা যায়।

৩)। আপেলৰ বাকলিত প্ৰচুৰ ইনছল্যুবল ফাইবাৰ থাকে। সেয়েহে আপেলৰ বাকলি খালে হজম হোৱাত সহায় কৰে আৰু পেটৰ স্বাস্থ্য ভালে ৰাখে। আপেলৰ বাকলিয়ে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

৪)। আপেলক বায়’একটিভ পলিফেলন আৰু ফাইবাৰৰ উৎস হিচাপে বিবেচনা কৰা হয়। আপেলে বেয়া কলেষ্টেৰেলৰ পৰিমাণ কমোৱাৰ লগতে হাৰ্ট এটেকৰ সমস্যা কমাব পাৰে।

৫)। আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ছল্যুবল ফাইবাৰ পেক্টিনে পৰিপাক কাৰ্যত সহায় কৰে। খাদ্য গ্ৰহণ কৰাৰ আগতে আপেল খালে শৰীৰে কেলৰী কমকৈ লাভ কৰে। ওজন কমোৱাৰ ক্ষেত্ৰত আপেল খুবেই উপকাৰী।

৬)। বিশেষজ্ঞ সকলৰ মতে, আপেলক কলে’ষ্টেৰেলৰ দৰৱৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি যদিও আপেলৰ লগত কলেষ্টেৰেলৰ দৰৱ খালে উপকাৰ পোৱা যায়।

প্ৰতিদিনৰ খাদ্য তালিকাত এটাকৈ আপেল ৰাখিব লাগে যদিও দিনটোৰ যিকোনো সময়তে বা ৰাতিৰ ভাগত খাব লাগে নে নালাগে সেই বিষয়ে মনলৈ প্ৰশ্ন আহে। বিশেষজ্ঞ সকলৰ মতে, নিয়মিত এটাকৈ আপেল খোৱা জৰুৰী কিয়নো ডায়টাৰি ফাইবাৰ, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন চি, ভিটামিন বি৬, ভিটামিন ই’, ভিটামিন কে’ , প্ৰ’টিন, কাৰ্বহাইড্ৰেট, পলিফেলন, এণ্টি অক্সিডেণ্ট ক্যাৰ’টিনয়েড ইত্যাদি উপাদান থাকে। কিন্তু আপেলত অম্ল থাকে বাবে আপেল খালে এচিডিটি হ’ব পাৰে।
ৰাতিপুৱাৰ সময়ত আপেল খালে উপকাৰ হয়। কিছুমানৰ মতে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত খাব পাৰি। স্বাস্থ্য বিশেষজ্ঞৰ মতে, ৰাতিপুৱা ব্ৰেক ফাষ্টৰ লগত আপেল খালে বহুতো উপকাৰ পোৱা যায় আনহাতে ৰাতিৰ সময়ত আপেল নোখোৱাই ভাল।

Previous Post

গাখীৰ খালে গেছ হয় নেকি! গাখীৰৰ বিকল্প হিচাপে খাব পাৰি এই তিনি বিধ খাদ্য, জানো আহক

Next Post

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

জ্যোতি চিত্ৰবনত জিম'চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7