VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক

voicedesk by voicedesk
October 22, 2024
in জীৱন
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

কোষ্ঠকাঠিন্যত ভূগিছে নেকি আপুনিও? ৰাতি টোপনি যোৱাৰ আগতে কুহুমীয়া পানীত ইছৱগুল মিহলাই খোৱাৰ পাছতো পেট পৰিষ্কাৰ হোৱা নাই নেকি?

ঘৰুৱা বিধানেৰে সমস্যা সমাধান নহ’লে দৰৱ খাব লগীয়া হয়। বাথৰুমত ঘণ্টাৰ পিছত ঘণ্টা সময় কটাবলগীয়া হৈ বিৰক্ত অনুভৱ কৰিব লগীয়া হয়। বাহিৰৰ খাদ্যৰ প্ৰতি স্পৃহা, পানী কমকৈ খোৱা, তেল মচলা যুক্ত খাদ্যৰ প্ৰতি আসক্তি এইবোৰে কোষ্ঠকাঠিনতাৰ সম্ভাৱনা বঢ়াই তোলে। সেয়েহে কোষ্ঠকাঠিন্য হ’লে খোৱা খাদ্যৰ প্ৰতি সচেতন থাকিব লাগে। দৰৱ খালে সাময়িক ভাৱে সকাহ পোৱা যায় যদিও সম্পূৰ্ণ ৰূপে নিৰাময় নহয়। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে, কোষ্ঠকাঠিন্য কমাব পাৰে এই কেইবিধ ভেষজ চাহে। ৰাতিপুৱা কোন কেইবিধ চাহ পান কৰিলে কোষ্ঠকাঠিনৰ পৰা পৰিত্ৰাণ পাব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। ছফগুটিৰ চাহ :- ছফগুটিৰ চাহে পাচন তন্ত্ৰৰ পেশীবোৰ শিথিল কৰি ৰাখিব পাৰে। নিয়মিত ছফগুটিৰ চাহ খালে কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব পাৰি।

২)। আদা চাহ :- ৰাতি পুৱা একাপ আদা দিয়া চাহ খালে গোটেই দিনটোৰ ক্লান্তি নোহোৱা হোৱাৰ লগতে পেট পৰিষ্কাৰ হয়। তাৰোপৰি এই পানীয়ৰ দ্বাৰা গেছ, অম্বলৰ সমস্যাও নোহোৱা কৰে। কিন্তু এই চাহ খোৱাৰ লগে লগে সমস্যাৰ সমাধান নহয়। এই পানীয় একেৰাহে তিনি সপ্তাহ খালে সুফল পোৱা যায়।

৩)। পুদিনা চাহ :- গেছ, অম্বলৰ সমস্যা কমায় পদিনাপাতে। কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে পদিনা পাতৰ ওপৰত ভৰষা কৰিব পাৰি। পদিনাৰ পাতে শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা ৰখাত সহায় কৰে। পদিনা পাতত এণ্টি অক্সিডেণ্ট গুণ থকাৰ বাবে খাদ্য বস্তু হজম হোৱাত সহায় কৰে। গতিকে কোষ্ঠকাঠিন্যত কষ্ট পাই থাকিলে পদিনাৰ চাহ পান কৰিলে উপকাৰ পোৱা যায়।

যদিহে আপুনি কোষ্ঠকাঠিন্যত কষ্ট পাই আছে বা দৰৱ খোৱাৰ পাছতো সম্পূৰ্ণকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই তেনেহলে এই ভেষজ চাহ পান কৰিলে কোষ্ঠকাঠিন্যৰ পৰা মুক্তি লাভ কৰিব পাৰিব।

Previous Post

গাখীৰ খালে গেছ হয় নেকি? গাখীৰৰ বিকল্প হিচাপে খাব পাৰি এই ৩ বিধ খাদ্য, জানো আহকI

Next Post

দুপৰীয়া টোপনি যোৱাৰ অভ্যাস আছে নেকি? এই অভ্যাস ভাল নে বেয়া জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
দুপৰীয়া টোপনি যোৱাৰ অভ্যাস আছে নেকি? এই অভ্যাস ভাল নে বেয়া জানো আহক

দুপৰীয়া টোপনি যোৱাৰ অভ্যাস আছে নেকি? এই অভ্যাস ভাল নে বেয়া জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7