VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চকুযুৰি বিভিন্ন ৰোগৰ পৰা আঁতৰাই কেনেকৈ ধুনীয়া কৰি ৰাখিব পাৰি জানো আহক

voicedesk by voicedesk
December 7, 2024
in জীৱন
বয়সৰ লগে লগে গাৰ ছালখন সোতোৰা পৰাৰ আশংকা ই দেখা দিছে নেকি! ধুনীয়া ছালৰ গৰাকী হৈ থকাৰ আছে উপায়
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

চকুযুৰি হ’ল আমাৰ দেহৰ অতি প্ৰয়োজনীয় অংগ । চকুযুৰি ভালে ৰাখিবলৈ হ’লে আমি সৰুৰে পৰাই যত্ন ল’ব লাগে। দৃষ্টিশক্তি বঢ়াবৰ বাবে আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধ কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ যুক্ত খাদ্য বিশেষকৈ মূলা , নৰসিংহ , ধনিয়া , চজিনা , বিট , পাণ , ওলকবি , পালেং , গাজৰ , নিমপাত , পদিনা , বিলাহী , বন্ধাকবি চয়াবিন , কচুৰ থোৰ আদি শাক পাচলি নিয়মীয়াকৈ খাব লাগে। ঠিক সেইদৰে ফল-মূলৰ ভিতৰত আম , সুমথিৰা , পকা অমিতা , মধুৰিআম , ৰৱাব টেঙা আদি নিয়মীয়াকৈ খোৱা উচিত।
বেক্টেৰিয়া আৰু ভেঁকুৰে আক্ৰমণ কৰিলে , বিষাক্ত বস্তু চকুত পৰিলে বা আঘাট লাগিলেও নানা ৰোগ হ’ব পাৰে। কেতিয়াবা চকুৰ পৰা পানী ওলাই থকাও দেখা যায়। চকুৰ ৰোগত বনৌষধি ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি । চকুযুৰি বিভিন্ন ৰোগৰ পৰা আতৰাই কেনেকৈ ধুনীয়া কৰি ৰাখিব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে —

১) শিলিখাৰ গুড়ি ১০ গ্ৰামত সমান পৰিমাণৰ গুলঞ্চৰ ৰস মিহলাই তাত দুচামুচ মৌ দি দুবাৰকৈ খালে চকুৰ প্ৰায় সকলো বোৰ ৰোগ ভাল হয়।
২) চকু ৰঙা পৰা ৰোগত গোলাপজল চকুত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
৩) চকুৰ পৰা পানী ওলাই থকা ৰোগত আমলখিৰ ৰসেৰে চকু ভালদৰে ধুব লাগে।
৪) পাঁচটা বাদাম এগিলাচ পানীত এৰাতি তিয়াই ৰাখি পুৱা বাদাম কেইটা পিহি পানীৰ লগত কেইদিনমান খালে চকুৰ পৰা পানী ওলোৱা ৰোগ ভাল হয়।
৫) চকুত জাল পৰিলে চকুৰ কোণত গোলনেমু বা কাজিনেমুৰ ৰস দুই টোপাল দিব লাগে।আলু এটা পিহি কাজলৰ দৰে চকুত লগালেও চকুৰ জাল পৰা ৰোগ ভাল হয়।
৬) চকুৰ পৰা ৰঙাপানী পৰিলে বা চকুৰ বিষ হ’লে হালধিৰ ৰস দুই টোপাল চকুৰ কোণত দিনে দুবাৰকৈ দিব লাগে।
৭) চকুত আচিনা হ’লে কণা শিমলুৰ ঠাৰিৰ ৰস এক টোপাল দিলে সোনকালে শুকায়।
৮) চকুত দুখ পালে কেঁচা হালধি খুন্দি পৰিষ্কাৰ কাপোৰ এখনত বান্ধি জুইত গৰম কৰি দুখ পোৱা স্থানত লগালে বিষ কমে।
৯) চকুৰ উজ্বলতা বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধৰ বাবে তিঁয়হ আৰু মৌ লগাব লাগে।
চকু আমাৰ শৰীৰৰ অতি প্ৰয়োজনীয় অংগআৰু চকুযুৰি বিশেষ সংবেদনশীল। গতিকে চকুৰ ৰোগ হ’লে আমি ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।

Previous Post

বকফুল খাই ভাল পায় নে আপুনি! বকফুলৰো আছে বহুতো উপকাৰী গুণ জানো আহক

Next Post

ভিটামিন বি ১২ ৰ অভাৱত মগজুৰ ভীষণ ক্ষতি হ’ব পাৰে, জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভিটামিন বি ১২ ৰ অভাৱত মগজুৰ ভীষণ ক্ষতি হ’ব পাৰে, জানো আহক

ভিটামিন বি ১২ ৰ অভাৱত মগজুৰ ভীষণ ক্ষতি হ'ব পাৰে, জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7