VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰ্জি ফুল কেৱল সৌন্দৰ্য বৰ্ধনকাৰী ফুলেই নহয় , এই ফুলৰ আছে বহুতো উপকাৰী গুণ

voicedesk by voicedesk
October 17, 2024
in জীৱন
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

 

ফুল সৌন্দৰ্যবৰ্ধক আৰু পবিত্ৰ প্ৰতীক হিচাপে সাধাৰণতে ব্যৱহাৰ কৰা হয়। ফুলৰ কথা ভাবিলেই মনটো যেন কবিতা কবিতা লাগে। ফুল অবিহনে যেন কবিৰ কবিতা অসম্পূৰ্ণ । বিভিন্ন প্ৰকাৰৰ ফুলৰ পৰা সুগন্ধি প্ৰস্তুত , মালা , ফুলৰ টোৰা , পূজা আৰু মাংগলিক কাৰ্যত ব্যৱহাৰ হয় যদিও ফুলৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা কৰি সুফল পাব পাৰি। নাৰ্জি ফুলৰ ঔষধি গুণবোৰৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে —
১) নাৰ্জি ফুল বীজাণুনাশক। নাৰ্জি ফুলে নখৰ ৰোগ ভাল কৰিব পাৰে।
২) নাৰ্জি ফুলৰ গুটিয়ে মহৰ কণী আৰু অন্যান্য কীটাণু নাশ কৰে।
৩) কটা -ছিঙাত তেজ বন্ধ কৰিবলৈ নাৰ্জি ফুলৰ ৰস দিলে তেজ বন্ধ হয় আৰু ঘা সহজে শুকায়।
৪) নাৰ্জি ফুলৰ ৩ চামুচ ৰস আধা চামুচ মাখন দিনে এবাৰকৈ লগালে অৰ্শ ৰোগ ভাল হয়।
৫) বিছাই ডাকিলে নাৰ্জি ফুলৰ ৰস লগালে ভাল হয়।
৬) বিষাক্ত সাপে খুটিলে নাৰ্জি ফুল পিহি মলম কৰি লগালে বিষ কমে।
৭) এচামুচ পূৰঠ নাৰ্জি ফুলৰ গুটিত চেনি মিহলি কৰি দিনে এবাৰকৈ ৭/৮ দিন খালে স্বপ্নদোষ ভাল হয়।
গতিকে আমাৰ বাগিছাত থকা নাৰ্জি ফুল কেৱল সৌন্দৰ্য বৰ্ধনকাৰী ফুলেই নহয় ।এই নাৰ্জি ফুল বহুতো ঔষধি গুণেৰেও ভৰপূৰ।

Previous Post

আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন

Next Post

কাতি বিহুত তুলসী পূজা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post

কাতি বিহুত তুলসী পূজা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7