VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

* পাকঘৰত পঁইতাচোৰাৰ উপদ্ৰব হৈছে নেকি? প্ৰতিকাৰ বিচাৰিছে যদি জানো আহক।*

voicedesk by voicedesk
December 13, 2024
in জীৱন
* পাকঘৰত পঁইতাচোৰাৰ উপদ্ৰব হৈছে নেকি? প্ৰতিকাৰ বিচাৰিছে যদি জানো আহক।*
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

চেনি আমি সকলোৱে খাওঁ। চেনিৰ সোৱাদ মিঠা হোৱাৰ উপৰিও চেনিৰ আছে বহুতো ব্যৱহাৰিক গুণ।

চাহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মিঠাই আৰু কম-বেছি পৰিমাণে ৰন্ধনৰ ক্ষেত্ৰত আমি চেনি ব্যৱহাৰ কৰোঁ। অকল খোৱাৰ ক্ষেত্ৰতে নহয় ব্যৱহাৰিক আন বহুতো দিশত আমাৰ চেনিৰ ব্যৱহাৰ উল্লেখনীয়। চেনীৰ বিষয়ে জানো আহক এই পতিবেদন যোগে —-
১) বাচন -বৰ্তন পৰিষ্কাৰ কৰি চিকচিকীয়া কৰাৰ ক্ষেত্ৰত চেনীৰ ব্যৱহাৰ অতি গ্ৰহণযোগ্য। ৰান্ধনী ঘৰৰ বাচন-বৰ্তন সমূহত প্ৰায়ে আয়ৰণ যুক্ত পানীৰ বাবে অথবা বেলেগ কাৰণত দাগ থাকি যায়। যিবোৰ পৰিষ্কাৰ কৰিবলৈ কষ্ট হয়। পানীত চেনী মিহলাই এঘণ্টামান বাচনসমূহ তিয়াই ৰাখিলে দাগ আপোনা-আপুনি নোহোৱা হয়।
২) গৰমে গৰমে কোনো খাদ্য খালে বা পানীয় গ্ৰহণ কৰিলে অকস্মাতে আমাৰ জিভা পুৰে। এনে ক্ষেত্ৰত সেই পুৰা স্থানত অলপমান চেনী ৰাখিলে যথেষ্ট উপকাৰ পোৱা যায়।
৩) ৰান্ধনী ঘৰৰ এক প্ৰধান সমস্যা হৈছে পঁইতাচোৰা। পঁইতাচৰাই নানা ধৰণৰ বেমাৰৰ বীজানু কঢ়িওৱাৰ লগতে অতি কম সময়তে বংশ বৃদ্ধি কৰি অশান্তিৰ সৃষ্টি কৰে । ১০ গাম বৰিক পাউদাৰ , ১ টেবুল চামুচ চেনি , ১ টেবুল চামুচ দৈ আৰু ১ টেবুল চামুচ আটা মিহলি কৰি সৰু সৰু বল তৈয়াৰ কৰি ল’ব লাগে। এই বলবোৰ পঁইতাচোৰা বেছি হোৱা ঠাইবোৰত থৈ দিলে পঁইতাচোৰা নোহোৱা হয়।
৪) বাদাম বহু দিনলৈ ভালে ৰাখিবলৈ বাদাম থোৱা পাত্ৰত কেই চামুচ মান চেনি থৈ দিলে বাদাম বহু দিনলৈ ভালে থাকে।
৫) সৰু লৰা-ছোৱালী অকস্মাতে পৰি গ’লে দাঁতেৰে কামোৰ খাই ওঁঠ ফ’টা দেখা যায়। এনেকুৱা হ’লে চামুচত চেনিলৈ খুৱাই দিব লাগে। কণ , কণ শিশুৱে চেনি খাই ভাল পোৱাৰ বাবে কন্দা বন্ধ হয় আৰু চেনি লাগি ক’টা স্থানৰ পৰা তেজ ওলোৱা বন্ধ হয়।
চেনী মিঠা সোৱাদৰ বাবে খোৱা হয় যদিও চেনীৰ ব্যৱহাৰিক দিশতো বহুত উপকাৰীতা আছে।

Previous Post

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

Next Post

আঘোণৰ চোতালে আমনি কৰেনে ? চোতালৰ সোণোৱালী দলিচা বোৰ স্মৃতি হৈ ৰ’ল

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আঘোণৰ চোতালে আমনি কৰেনে ?  চোতালৰ সোণোৱালী দলিচা বোৰ স্মৃতি হৈ ৰ’ল

আঘোণৰ চোতালে আমনি কৰেনে ? চোতালৰ সোণোৱালী দলিচা বোৰ স্মৃতি হৈ ৰ'ল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7