VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফেটি লিভাৰ, ডায়েবেটিচ ৰোগৰ মহৌষধ ক’লা তিল। ক’লা তিলৰ বিষয়ে জানো আহক

voicedesk by voicedesk
January 19, 2025
in জীৱন
ফেটি লিভাৰ, ডায়েবেটিচ ৰোগৰ মহৌষধ ক’লা তিল। ক’লা তিলৰ বিষয়ে জানো আহক
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

তিল আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী৷ তিল দুই প্ৰকাৰৰ থাকে– ক’লা তিল আৰু বগা তিল। দুয়োবিধ তিলেই পুষ্টি গুণেৰে ভৰপূৰ যদিও আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি বগা তিলতকৈ ক’লা তিলে শৰীৰক অধিক লাভ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে। বগা তিলৰ তুলনাত ক’লা তিলত অধিক মাত্ৰাত আইৰন থাকে৷ ইয়াত ফাইবাৰো প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ক’লা তিল স্বাস্থ্যৰ বাবে কিয় উপকাৰী জানো আহক আমাৰ এই প্ৰতিবেদন যোগে —
(১) ক’লা তিলত থকা কপাৰে অৰ্থৰাইটিছৰ সমস্যা দূৰ কৰিব পাৰে।
(২) ইয়াত থকা মেগনেচিয়ামে হৃদপিণ্ড সুস্থ কৰি ৰাখে৷
(৩) তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে মাইগ্ৰেন, অস্তিঅ’পৰ’ছিছ তথা কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে৷
(৪) ক’লা তিলৰ বীজত ভৰপূৰ মাত্ৰাত মেগনেচিয়াম থাকে, যিয়ে উচ্ছ ৰক্তচাপ দূৰ কৰাত সহায় কৰিব পাৰে।
(৫) এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ক’লা তিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
(৬) ক’লা তিলৰ সেৱনে মাতৃদুগ্ধ বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(৭) ক’লা তিলত থকা unsaturated ফেটি এচিডে পাচন প্ৰক্ৰিয়া সুচল কৰি ৰাখে৷ ই হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৌচ খোলোচা কৰে৷
(৮) ক’লা তিলে চুলি আৰু ছালৰ সৌন্দৰ্য ধৰি ৰখাত বিশেষ ভূমিকা লয়৷
(৯) ক’লা তিলত প্ৰচুৰ পৰিমাণে ডায়েটেৰি প্ৰ’টিন, কেলচিয়াম আৰু এমিন’ এচিড পোৱা যায়, যিয়ে হাড়ৰ বিকাশৰ বৃদ্ধিত অৰিহণা যোগায়৷ ই হাড়ৰ লগতে মাংসপেশীও সবল কৰে৷
(১০) ক’লা তিলৰ সেৱনে মানসিক চাপ, দুৰ্বলতা, দুশ্চিন্তা দূৰ কৰে৷
(১১) কলেষ্টৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ লগতে ডায়েবেটিছ, ষ্ট্ৰ’ক, হাৰ্ট এটেকৰ সম্ভাৱনা নাইকিয়া কৰে৷
১২) ক’লা তিল খালে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিয়াত সহায় হয়। লিভাৰৰ বাবেও উপকাৰী ক’লা তিল।
বিভিন্ন ধৰণেৰে তিল খাব পাৰি। প্ৰতিদিনৰ খাদ্য তালিকাত তিল অন্তৰ্ভুক্ত কৰিলে আমি বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম।

Previous Post

সুমথিৰাৰ বতৰ।সুমথিৰাৰে ভৰি পৰিছে বজাৰবোৰ।জানো আহকচোন সুমথিৰাৰ বিষয়ে।

Next Post

ভোগালী বিহু আৰু জোনবিল উৎসৱ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভোগালী বিহু আৰু জোনবিল উৎসৱ

ভোগালী বিহু আৰু জোনবিল উৎসৱ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7