VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব’হাগ বিহুৰ অতি প্ৰয়োজনীয় প্ৰতিজন অসমীয়াৰ চিনাকী দীঘলতিৰ বিষয়ে জানো আহক

voicedesk by voicedesk
April 5, 2022
in জীৱন
ব’হাগ বিহুৰ অতি প্ৰয়োজনীয় প্ৰতিজন অসমীয়াৰ চিনাকী দীঘলতিৰ বিষয়ে জানো আহক
0
SHARES
81
VIEWS
Share on FacebookShare on Twitter

বৈজ্ঞানিক নাম ঃ Litsea Salicifolta Roxb
দীঘলতি বুলি ক’লে অসমীয়া মানুহক বেছিকৈ কোৱাৰ প্ৰয়োজন নাই। সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন অসমীয়া মানুহে ৰঙালী বিহুৰ সময়ত এবাৰ হ’লেও গুণগুণায়–
” দীঘলতি দীঘল পাত ,মাখি মাৰো জাত জাত। ”
গৰু বিহুৰ দিনাখন গৰুক দীঘলতি আৰু মাখিয়তী গছৰ ডাল-পাতেৰে কোবাই কোবাই এইদৰে গোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। দীঘলতি আৰু মাখিয়তী গছ বীজানু নাশক হোৱা বাবে এই গছ বোৰেৰে গৰুক মাৰিলে গাৰ পৰা মাখি , মহ আদিবোৰ আঁতৰি যায়। সন্ধিয়া গৰু অহাৰ আগমুহূৰ্তত গৰু অহা পদুলি , চোতাল আৰু গোহালিৰ মুখত বিহলগনি , অগৰা আদি গছৰ লগত দীঘলতি , মাখিয়তী গছৰ ডাল-পাতাত সংমিশ্ৰণ কৰি জাগ দিয়াৰ নিয়ম। ইয়াৰ অৰ্থ মহ , মাখি , পোক পৰুৱা আদি ধোঁৱাৰ বাবে নোহোৱা হয়। ব’হাগ বিহুৰ অতিকৈ প্ৰয়োজনীয় দীঘলতি পাত বহুতো ঔষধি গুণেৰে ভৰপুৰ। জানো আহকচোন দীঘলতিৰ বিষয়ে- দীঘলতি আৰু মাখিয়তী গছৰ ডাল-পাতেৰে কোবাই কোবাই এইদৰে গোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। দীঘলতি আৰু মাখিয়তী গছ বীজানু নাশক হোৱা বাবে এই গছ বোৰেৰে গৰুক মাৰিলে গাৰ পৰা মাখি , মহ আদিবোৰ আঁতৰি যায়। সন্ধিয়া গৰু অহাৰ আগমুহূৰ্তত গৰু অহা পদুলি , চোতাল আৰু গোহালিৰ মুখত বিহলগনি , অগৰা আদি গছৰ লগত দীঘলতি , মাখিয়তী গছৰ ডাল-পাতাত সংমিশ্ৰণ কৰি জাগ দিয়াৰ নিয়ম। ইয়াৰ অৰ্থ মহ , মাখি , পোক পৰুৱা আদি ধোঁৱাৰ বাবে নোহোৱা হয়। ব’হাগ বিহুৰ অতিকৈ প্ৰয়োজনীয় দীঘলতি পাত বহুতো ঔষধি গুণেৰে ভৰপুৰ। জানো আহকচোন দীঘলতিৰ বিষয়ে-
১) দীঘলতিৰ পাত বিজাণু আৰু কীটাণুনাশক।
২) দীঘলতিৰ পাতৰ ৰসে জীৱ-জন্তুৰ ছালত হোৱা ওকণী , চিকৰা আদি নোহোৱা কৰে।
৩) জীৱ-জন্তুৰ ছালত ঘা হ’লে দীঘলতিৰ পাতৰ ৰস দিলে ঘা শুকাই যায়।
৪) সন্ধিয়া ঘৰৰ সন্মুখত দীঘলতি পাতেৰে জাগ দিলে মহ , মাখি , ডাঁহ আদি আঁতৰি যায়।
৫) প্ৰস্ৰাৱনলী আৰু প্ৰস্ৰাৱথলী জ্বলন-পোৰণত দীঘলতিৰ ফল ঔষধৰ কাম কৰে।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ভাৰতৰ এখন ৰাজ্যত সুৰাপান কৰিলে ভৰিব লাগিব জৰিমনা অন্যথা এমাহৰ কাৰাদণ্ড

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভাৰতৰ এখন ৰাজ্যত সুৰাপান কৰিলে  ভৰিব লাগিব জৰিমনা অন্যথা এমাহৰ কাৰাদণ্ড

ভাৰতৰ এখন ৰাজ্যত সুৰাপান কৰিলে ভৰিব লাগিব জৰিমনা অন্যথা এমাহৰ কাৰাদণ্ড

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7