আজি SBI ৰ উত্তৰ পূব স্থানীয় মুখ্য কাৰ্য্যালয় আৰু ABC স্থিত মাণ্ডলীক কাৰ্য্যালয়ৰ সন্মুখত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ হয়।
২ দিন ধৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বন্ধ হৈ থাকিব ৰাজহুৱা বেংক।
আগন্তুক লোক সভা অধিবেশনত উত্থাপন হব বেংক আইন সংশোধনী বিধেয়ক।
এই বিধেয়কৰ বিৰুদ্ধে প্রতিটো ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ প্ৰতিবাদ
প্ৰথম অবস্থাত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচিছ বেংকক ব্যক্তিগত কৰণৰ যো-যা চৰকাৰৰ।
পৰবৰ্তী পৰ্য্যায়ত বাকী ৰাজহুৱা খণ্ডৰ বেংক সমূহ ব্যক্তিগত খণ্ডলৈ যোৱাৰ আশংকা
বেংক ব্যক্তিগত কৰণৰ দ্বাৰা ১ লাখ ৭৫ হাজাৰ কোটি টকা পুঁজি আহৰণৰ লক্ষ্য চৰকাৰৰ