VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভীমকলে গৰ্ভাশয়ত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম কৰে। কিন্তু কেনেকৈ ? জানো আহক

voicedesk by voicedesk
November 21, 2022
in জীৱন
ভীমকলে গৰ্ভাশয়ত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম কৰে। কিন্তু কেনেকৈ ? জানো আহক
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

কল আমাৰ সকলোৰে প্ৰিয়। খাবলৈ ভাল লগাৰ উপৰিও কলৰ বহুত উপকাৰ আছে।কথাতে কয় – ‘ কল খালে বল হয় ‘। বিশেষকৈ ভীমকলৰ গছৰ শিপাৰ পৰা আৰম্ভ কৰি পাত , পটুৱা , কল , কলফুল , কলৰ বাকলি , কলপুলি আদি প্ৰতিটো অংশ ঔষধত ব্যৱহাৰ কৰা হয়। জানো আহকচোন ভীমকলৰ বিষয়ে-
১) পকা ভীমকল নিয়মীয়াকৈ খালে তেজ পৰা অৰ্শ ৰোগীয়ে আৰাম পায়। তেজ পৰা বন্ধ হয়।
২) ভীমকলে পিত্তৰস আৰু পেটৰ উত্তেজনা প্ৰশমিত কৰাত সহায় কৰে।
৩) ভীমকলত থকা এণ্টি অক্সিডেণ্টবোৰে মহিলাৰ গৰ্ভাশয়ত টেমুনা সৃষ্টি হোৱাত বাধা দিয়াৰ বাবে মহিলাৰ গৰ্ভাশয়ত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। অৱশ্যে পকা কলতকৈ কেঁচা কলত এই প্ৰতিৰোধী ক্ষমতা বেছি থাকে।
৪) পকা ভীমকলে শৰীৰক তজবজীয়া কৰি ৰাখে।
৫) পকা ভীমকলে পেটৰ ঘা শুকুৱাত সহায় কৰে।
৬) শিশুৰ একজিমা আৰু এলাৰ্জি হ’লেও ভীমকল খুৱালে সুফল পোৱা যায়।
৭) পকা কলত থকা পেপকিনে শৌচ স্বাভাৱিক অৱস্থাত ৰাখিব পাৰে।
৮) শৰীৰৰ ওজন হৃাস কৰিবৰ কাৰণে পকা ভীমকলৰ মাংসাল অংশ গাখীৰৰ লগত ফেটি দিনে এবাৰকৈ খাব লাগে।
৯) পকা ভীমকলে হৃদযন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। কীট-পতঙ্গই কামুৰিলে পকা ভীমকলৰ বাকলিৰ বগা মাংসাল অংশ পিহি লগালে ছালৰ পুৰনি -জ্বলনি নোহোৱা হয়।
১০) গৰমপানী পৰি বা জুয়ে পুৰিলে পকা ভীমকল চকল চকল কৈ কাটি ক্ষতস্থানত লগাই ৰাখিলে আৰাম পোৱা যায়।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7