VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভৰিৰ গোৰোহা ফাটিছে নেকি? প্ৰতিকাৰৰ উপায় জানো আহক

voicedesk by voicedesk
December 11, 2024
in জীৱন
ভৰিৰ গোৰোহা ফাটিছে নেকি? প্ৰতিকাৰৰ উপায় জানো আহক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

শৰীৰৰ অন্য অঙ্গৰ যেনেকৈ যতন লোৱা হয় , ঠিক তেনেকৈ ভৰি দুখনৰো যতন লোৱা প্ৰয়োজন। আমাৰ ভৰি দুখনক সুন্দৰ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে শৰীৰ সৰ্বাঙ্গ সুন্দৰ হব। আমি ভৰি দুখন সুন্দৰ কৰি ৰাখিবলৈ হলে
১) উৰুৰ পৰা তলৰ অংশ মাজে সময়ে মালিচ আৰু ব্যায়াম কৰিব লাগে । এনে কৰিলে মেদবহুল নহয়।
২) পুৱা-গধূলি নেমুৰ ৰস মিহলোৱা পানীৰে পৰিষ্কাৰকৈ ধুলে ভৰি দুখন দেখিবলৈ ধুনীয়া হয়।
৩) কুহুমীয়া গৰম পানীত নাৰিকল তেল মিশ্ৰণ কৰি ভৰিৰ গোৰোহা ধুলে গোৰোহা নাফাটে।
৪) ছালকুৱঁৰীৰ বীজল গোৰোহা ফটাত লগালে উপকাৰ পোৱা যায়।
৫) বৰগছ বা আঁহত গছৰ আঠা ভৰিৰ গোৰোহাৰ ফটা স্থানত লগালে ফটা বন্ধ হয় আৰু ছালখন নিমজ হয়।
৬) এৰা গুটিৰ তেল , বিশুদ্ধ সৰিয়হৰ তেল সমান পৰিমাণৰ লৈ সামান্য গৰম কৰি গোৰোৱাত মালিচ কৰিলে ছাল নিমজ আৰু সুন্দৰ হয়।
৭) ভৰিৰ গোৰোহাৰ ছাল নাফাটিবৰ বাবে ‘ভিটামিন চি’ যুক্ত ফলমূল বিশেষকৈ আমলখি , শিলিখা , নেমু , ৰবাব টেঙা , কমলা আদি খাব লাগে।
৮) মহানিম , পালেংশাক , চুকাশাক , চজিনা , নৰসিংহ , বিলাহী , বন্ধাকবি , ধনিয়াৰ পাত , ঔটেঙা আদি নিয়মীয়াকৈ খালে উপকাৰ পোৱা যায়।
৯) মৌ , পকা অমিতা , পকা আম , পকা কল ভৰিৰ ছালত সানিলে ছাল দেখিবলৈ শুৱনি হয়।
১০) কমলা টেঙাৰ বাকলি গুড়া কৰি নাৰিকল তেল মিহলাই ভৰিত সানিলে ছালৰ ৰং সুন্দৰ হয়।
১১) ভৰিৰ নখ ভালকৈ ৰাখিবলৈ কেলচিয়াম যুক্ত খাদ্য যথেষ্ট পৰিমাণে খাব লাগে।
১২) জেতুকাৰ পাত , ডালিমৰ কোঁহ , মধুৰীৰ কোঁহ , চাহ পাতৰ কোঁহ , কেহৰাজ , এডোখৰ কেঁচা হালধি আৰু দুফোটা নহৰু ভালদৰে পিহি ছালত আৰু নখত লগালে গোৰোহা আৰু নখ ৰোগ মুক্ত হৈ দেখিবলৈ ধুনীয়া হয়।

Previous Post

পাঁচবিধ সেউজীয়া পাতে ইউৰিক এচিড নোহোৱা কৰিব পাৰে। পাতবোৰৰ বিষয়ে জানো আহক

Next Post

আঘোনৰ ‘ ন’খোৱা উৎসৱ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আঘোনৰ ‘ ন’খোৱা উৎসৱ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7