VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাঘৰ বিহুত কাঠ আলু খায় নিশ্চয় !কাঠ আলু খালে কি হয় জানে নে ?

voicedesk by voicedesk
January 17, 2025
in জীৱন
মাঘৰ বিহুত কাঠ আলু খায় নিশ্চয় !কাঠ আলু খালে কি হয় জানে নে ?
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

আমি সকলোৱে কাঠ আলু খাওঁ যদিও মাঘৰ বিহুত কাঠ আলু খোৱাৰ এক পৰম্পৰা চলি আহিছে। কাঠ আলু আৰু মাটিমাহৰ ডাইল মাঘৰ বিহুৰ এবিধ চিনাকি ব্যঞ্জন। জুইত পুৰি বা তেলত ভাজি বা ডাইলত দি এই আলুবিধক বিভিন্ন ধৰণেৰে খোৱা হয়। নিজে ভালপোৱা ধৰণে সকলোৱে এটুকুৰা হ’লেও কাঠআলু ঘৰত নাথাকিলেও বজাৰৰ পৰা হ’লেও আনি খাওঁ। কাঠআলুৰ বৰণ পাতল ক’লা ৰঙৰ যদিও আলু কাটিলে ভিতৰৰ ৰঙ বগা বৰণৰ হয় আৰু আলু কাটিলে বগা বিজলুৱা জুলীয়া পদাৰ্থ ওলায়। এই আলুবোৰ শক্তিৰ ভৰাল আৰু ঔষধি গুণেৰে ভৰপূৰ। কাঠআলু খালে আমাৰ কি কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে —-

১) কাঠ আলুত বহুত বেছি ডায়েটাৰী ফাইবাৰ থকা বাবে এই আলু খালে পেটৰ ৰোগ আৰু কোষ্ঠাকাঠিন্য দূৰ হয়। তাৰোপৰি পেট চাফা কৰাৰ লগতে গেছৰ সমস্যা নোহোৱা কৰে।

২) কাৰ্বহাইড্ৰেট আৰু প্ৰটিন সমৃদ্ধ কাঠআলু খালে সোনকালে শৰীৰত শক্তি পোৱা যায়।

৩) কাঠ আলু খালে লিভাৰ, খাদ্যনলী আৰু পাকস্থলীত জমা হোৱা টক্সিন সমূহ নিষ্কাশন হয়।

৪) ডায়বেটিছ ৰোগীয়েও এই আলু খাব পাৰে। গৱেষনা অনুসৰি, উচিত পৰিমাণে এই আলু খালে তেজৰ শৰ্কৰা বৃদ্ধি নহয় ।

৫) কাঠ আলুত থকা এণ্টি-ইনফ্লেমেটেৰী গুণৰ বাবে আৰথ্ৰাইটিছ ৰোগীৰ বাবেও উপকাৰী। গাঁঠিৰ বিষ আৰু

মাংসপেশীৰ বিষ হোৱা ব্যক্তিয়ে এই আলু খালে বিষ আৰু ফুলা কমি যায়।

৬) ভিটামিন চি’ ৰে সমৃদ্ধ কাঠ আলুই ছালৰ সজীৱতা আনিব পাৰে।

৭) ডায়েটেৰী ফাইবাৰ থকা বাবে কাঠ আলু খালে শৰীৰৰ ওজন হ্ৰাস হোৱাৰ লগতে তেজৰ অতিৰিক্ত কলেষ্টেৰল কমি যায়।

৮) গৱেষনা অনুসৰি , কাঠ আলুৱে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

৯) মেনপজ হোৱা মহিলাই কাঠ আলু খালে বহুতো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

কাঠ আলুৰ বহুতো উপকাৰী গুণ আছে যদিও এবিধ বিষাক্ত অস্বাস্থ্যকৰ দ্ৰব্য অক্সালিক এচিড , চায়েন’জেন , টেনিন, ফাইটেত আদি অতি কম পৰিমাণে পোৱা যায়। সেইবাবে কাঠ আলু খান্দি আনি লগে লগেই খোৱা উচিত নহয়। কমেও এসপ্তাহ ৰদত ৰাখিলে এই আলুৰ বিষাক্ত দ্ৰব্যৰ পৰিমাণ কমি যায়। কেচাই কেচাই কাঠ আলু খাব নালাগে আৰু ৰান্ধোতে ভালকৈ সিজাব লাগে। ভালকৈ সিজোৱাৰ ফলত বিষাক্ত দ্ৰব্যৰ পৰিমাণ অতি নগন্য হৈ পৰে। সেয়েহে কাঠ আলু উতলাই পানী পেলাই দিহে ৰন্ধা উচিত।

Previous Post

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

Next Post

সুমথিৰাৰ বতৰ।সুমথিৰাৰে ভৰি পৰিছে বজাৰবোৰ।জানো আহকচোন সুমথিৰাৰ বিষয়ে।

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
এতিয়া সুমথিৰাৰ বতৰ , সুমথিৰাৰে ভৰি পৰিছে বজাৰ বোৰ। জানো আহক চোন সুমথিৰাৰ বিষয়ে

সুমথিৰাৰ বতৰ।সুমথিৰাৰে ভৰি পৰিছে বজাৰবোৰ।জানো আহকচোন সুমথিৰাৰ বিষয়ে।

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7