VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানসিক স্বাস্থ্যৰ উন্নতি কৰাৰ লগতে বহুতো ৰোগৰ মহৌষধ অশ্বগন্ধাৰ বিষয়ে জানো আহক

voicedesk by voicedesk
November 12, 2024
in জীৱন
মানসিক স্বাস্থ্যৰ উন্নতি কৰাৰ লগতে বহুতো ৰোগৰ মহৌষধ অশ্বগন্ধাৰ বিষয়ে জানো আহক
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

অশ্বগন্ধা এবিধ সৰু,বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। আয়ুৰ্বেদৰ অন্যতম গুৰুত্বপূৰ্ণ বনৌষধি হ’ল অশ্বগন্ধা। মানসিক চাপৰ পৰা উপশম পাবলৈ, শক্তিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ, একাগ্ৰতা বৃদ্ধি কৰিবলৈ অশ্বগন্ধাক হাজাৰ হাজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে। অশ্বগন্ধা সম্পৰ্কে অধ্যয়ন কৰি বিজ্ঞানী সকলে জনাইছে যে, অশ্বগন্ধাত বিভিন্ন ধৰণৰ যৌগ থাকে যিবোৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়তে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। অশ্বগন্ধা সেৱন কৰিলে শৰীৰৰ শক্তি বৃদ্ধিত বিশেষ ভাৱে উপকাৰী হ’ব পাৰে। ষ্ট্ৰেছ ডিপ্ৰেছনৰ দৰে বহু ধৰণৰ মানসিক স্বাস্থ্য জনিত সমস্যাতো অশ্বগন্ধা সেৱন কৰিলে বিশেষ উপকাৰ হ’ব পাৰে। অশ্বগন্ধাৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন

১)। অশ্বগন্ধাত এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি গুণ আছে যিয়ে আমাৰ হৃদয় ৰোগ ভাল কৰে আৰু কলেষ্টেৰল কম কৰাত সহায় কৰে।

২)। অশ্বগন্ধাই অনিদ্ৰা ৰোগ দূৰ কৰি গভীৰ টোপনি হোৱাত সহায় কৰে। যিসকল লোকৰ নিদ্ৰাহীনতা ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে অশ্বগন্ধা ব্যৱহাৰ কৰিব পাৰে।

৩)। অশ্বগন্ধাই মানসিক চাপ হ্ৰাস কৰে। মানসিক চাপৰ বাবে শৰীৰত বহুতো ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। অশ্বগন্ধাৰ প্ৰয়োগে এই ক্ষতি ৰোধ কৰিব পাৰে।

৪)। অশ্বগন্ধাই পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰে, লগতে বীৰ্যৰ গুণাগুণ উন্নত কৰে।

৫)। অশ্বগন্ধাত এণ্টি কেঞ্চাৰ গুণ পোৱা যায় , সেয়েহে কেঞ্চাৰ ৰোগীয়ে অশ্বগন্ধা ব্যৱহাৰ কৰিলে ভাল ফল পোৱা দেখিবলৈ পোৱা যায়।

৬)। অশ্বগন্ধা মধুমেহ ৰোগীৰ বাবেও উপকাৰী। অশ্বগন্ধা সেৱন কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ কম কৰি মধুমেহ ভাল হোৱাত সহায় কৰে।

৭)। অশ্বগন্ধা সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে অশ্বগন্ধাই।

৮)। থায়ৰয়েডৰ সমস্যা থাকিলে অশ্বগন্ধা সেৱন কৰিলে উপকাৰ পোৱা যায়।

৯)। চকুৰ বিভিন্ন ৰোগৰ বাবেও অশ্বগন্ধা ভাল আয়ুৰ্বেদিক ঔষধ।

১০)। বাতবিষৰ বা গাঁঠিৰ বিষত অশ্বগন্ধা সেৱন কৰিলে উপকাৰ পোৱা যায়।

১১)। অশ্বগন্ধা সেৱন কৰিলে মাংস পেশী শক্তিশালী হয়। খেলৰ লগত জড়িত ব্যক্তিয়ে অশ্বগন্ধা সেৱন কৰি মাংস পেশী শক্তিশালী কৰি তুলিব পাৰে।

১২)। অশ্বগন্ধাই শৰীৰত হোৱা সংক্ৰমণ ৰোধ কৰিব পাৰে।

১৩)। অশ্বগন্ধাই ওজন হ্ৰাস কৰি শৰীৰ সুন্দৰ কৰাত সহায় কৰিব পাৰে।

১৪)। অশ্বগন্ধাত থকা এণ্টি অক্সিডেণ্ট গুণে বাৰ্ধক্য ৰোধ কৰে, ছাল মসৃণ কৰে আৰু ছাল খন ওলমি নোযোৱাকৈ ৰখাত সহায় কৰে।

১৫)। শৰীৰত যিকোনো ঘা হ’লে অশ্বগন্ধাই সেই ঘা শুকোৱাত সহায় কৰে।

অশ্বগন্ধা বহুতো উপকাৰী গুণেৰে ভৰপূৰ যদিও বেছিকৈ ব্যৱহাৰ কৰা উচিত নহয়। যিকোনো আয়ুৰ্বেদিক দৰৱ ৩ ৰ পৰা ৬ মাহলৈ ব্যৱহাৰ কৰিব লাগে। ৰোগ ভাল নহ’লে কিছুদিনৰ বাবে বন্ধ কৰি ৰাখি আকৌ ব্যৱহাৰ কৰিব লাগে।

Previous Post

কচুপাত খায়নে বাৰু! কচুপাত খালে কি হয় জানো আহক —

Next Post

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7