VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব পাৰি জানো আহক

voicedesk by voicedesk
December 4, 2024
in জীৱন
সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব পাৰি জানো আহক
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

আমাৰ শৰীৰ টো সুস্থ কৰি ৰাখিবলৈ বা এটা নিৰোগী দেহৰ উত্তৰাধিকাৰী হ’বলৈ সকলোৰে মন যায়। তাৰবাবে কিছুমান সাধাৰণ কথা জনাটো অতি প্ৰয়োজন আৰু সৰু সৰু কথাবোৰ আমি মানি চলিলে নিশ্চয় সুসাস্থ্যৰ অধিকাৰী হ’ব পাৰিম।

১) শাৰীৰিক পৰিশ্ৰম নিতৌ নিয়মীয়াকৈ কৰা উচিত। খোজকঢ়া , ব্যায়াম কৰা , চাইকেল , খেলাধূলা কৰা আদি কামৰ যোগেদি শাৰীৰিক পৰিশ্ৰম হয়। এইবিলাক কাম কাজ নিয়মীয়াকৈ কৰি থাকিলে আমাৰ অগ্নাশয়টো সক্ৰিয় হৈ ভালেৰে থাকে আৰু দেহত জমা হোৱা অতিৰিক্ত চেনি নিয়ন্ত্ৰিত হোৱাৰ উপৰি দেহত অলাগতিয়াল মেদ জমা হ’ব নোৱাৰে।

২) উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ কাৰণে কেঁচা নহৰু ৪/৫ ফোটাকৈ আহাৰৰ লগত নিয়মীয়াকৈ খাব লাগে।
৩) কেঁচা নহৰুৱে অগ্নাশয় সুস্থ আৰু অধিক সহায় কৰাতো সহায় কৰে। নেমু জাতীয় ফল আৰু তেতেলী টেঙাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰিব পাৰে।
৪) হৃদযন্ত্ৰ অধিক শক্তিশালী কৰিবৰ বাবে অৰ্জুণ গছৰ গুড়া চাহৰ দৰে ব্যৱহাৰ কৰা উচিত। তদুপৰি কেঁচা নহৰুৱেও হৃদযন্ত্ৰ শক্তিশালী কৰিব পাৰে।
৫) একেবিধ খাদ্যকে সদায় ব্যৱহাৰ নকৰি ২/৩ দিনৰ মূৰে মূৰে বিভিন্ন খাদ্য ব্যৱহাৰ কৰা উচিত। যাতে দেহত প্ৰয়োজনীয় বিভিন্ন খাদ্য উপাদান শৰীৰৰ কোষে পাব পাৰে। অৰ্থাৎ খাদ্য নিয়মীয়াকৈ খাব লাগে।
৬) আঁহজাতীয় খাদ্য যথেষ্ট পৰিমাণে খোৱা উচিত। কলডিল , পচলা , ঢেকীয়া , চজিনা , বেল , বন্ধাকবি , অমিতা , গাজৰ , শিলিখা , আমলখি আদি নিয়মীয়াকৈ খোৱা ভাল।
৭) সদায় হাঁহিমুখীয়াকৈ প্ৰফুল্লিত মনেৰে থাকিব লাগে। নিজৰ পৰিয়ালৰ , সমাজৰ তথা দেশৰ মঙ্গলৰ বাবে সজ চিন্তা-চৰ্চাৰে সজ কাম কৰিব লাগে।
৮) সম্পূৰ্ণ পেট ভৰাই কেতিয়াও কোনো খাদ্য খাব নালাগে। পাকস্থলীৰ তিনি ভাগৰ এভাগ খাদ্যই পূৰ কৰিব লাগে , এভাগ পানীৰে পূৰ কৰি আনভাগ খালি ৰাখিব লাগে। এনেদৰে আহাৰ গ্ৰহণ কৰিলে পেটৰ শতকৰা প্ৰায় ৫০ টা ৰোগ প্ৰতিৰোধ হয়।
৯) মানসিক অতিপাত চিন্তা দূৰ কৰিব লাগে। মানসিক চিন্তা দূৰ কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মী শাক আৰু মানিমুনিয়ে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। মানসিক চিন্তুা দূৰ কৰিবৰ কাৰণে মাদক দ্ৰব্য, ধূমপান আদি কোনো পৰিস্থিতিতে কেতিয়াও গ্ৰহণ কৰিব নালাগে।

Previous Post

এই লক্ষণবোৰে দেখা দিছে নেকি? ৰাতিপুৱা শুই উঠি ভাগৰুৱা অনুভৱ কৰে যদি হ’ব পাৰে ডায়েবেটিচ

Next Post

চুলিৰ মহৌষধ কেহৰাজ বনৰ উপকাৰীতাৰ বিষয়ে জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
চুলিৰ মহৌষধ কেহৰাজ বনৰ উপকাৰীতাৰ বিষয়ে জানো আহক

চুলিৰ মহৌষধ কেহৰাজ বনৰ উপকাৰীতাৰ বিষয়ে জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7