VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পোহনীয়া জন্তুটোক সুস্থ কৰি ৰাখিবলৈ কোন তিনিবিধ ফল খুৱাব ?

voicedesk by voicedesk
July 9, 2024
in জীৱন
পোহনীয়া জন্তুটোক সুস্থ কৰি ৰাখিবলৈ কোন তিনিবিধ ফল খুৱাব  ?
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

পোহনীয়া জন্তুটোক কি কি খুৱাব পাৰি আৰু কি দিব নোৱাৰি সেই বিষয়ে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। পোহনীয়া জন্তুৰ খাদ্যৰ প্ৰতি সাৱধান নহ’লে বিপদত পৰিবলগীয়া হ’ব পাৰে। কিন্তু পোহনীয়া জন্তুক ফল-মূল খুৱাব পাৰি নে নাই সেই কথা বহুতে বুজি নাপায়। নতুবা পোহনীয়া জন্তুটোৱে কি ফল খালে কোনো সমস্যা নহ’ব সেই বিষয়ে অৱগত নহয় । ফল-মূল সকলোৰে বাবে স্বাস্থ্যকৰ। জানো আহক কোনবোৰ ফল আপোনাৰ পোহনীয় কুকুৰটোৰ বাবে উপযোগী ৷

 

আম

এতিয়া আমৰ বতৰ । পোহনীয়া জন্তুকো খুৱাব লাগে। কিন্তু আপোনাৰ পোহনীয়া জন্তুটোক দিয়াৰ আগতে আমটোৰ বাকলি পেলাই ল’ব। বাকলিৰ সৈতে খাবলৈ দিলে পোহনীয়া জন্তুৰ ছালত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 

কল

পোহনীয়া জন্তুকো কল খুৱাব পাৰে। কলত পটাছিয়াম থাকে। যদি আপুনি আপোনাৰ পোহনীয়া জন্তুৰ শৰীৰত পটাছিয়ামৰ অভাৱ নিবিচাৰে তেন্তে কল খুৱাব পাৰে। কিন্তু কলৰ বাকলিও পেলাবলৈ নাপাহৰিব । অন্যথা পোহনীয়া জন্তুৰ পেটৰ বিষ হ’ব পাৰে।

 

আপেল

আপেল ভিটামিনৰ প্ৰচুৰ উৎস। ইয়াৰ উপৰিও আপেলত মেলিক এচিড থাকে, যাৰ ফলত পোহনীয়া জন্তুৰ দাঁত আৰু হাঁড় মজবুত হ’ব। কিন্তু আপেলৰ গুটি যাতে পোহনীয়া জন্তুটোৰ পেটলৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বীজত চাইনাইড থাকে, যিটো পোহনীয়া জন্তুৰ বাবে যিমান ক্ষতিকাৰক, মানুহৰ বাবেও সিমানেই ক্ষতিকাৰক।

 

Previous Post

কেৱল কেক বনোৱাতে নহয়, বেকিং চ’ডাৰ আছে আন বহু উপকাৰ! কি কি কামত ব্যৱহাৰ কৰিব পাৰে?

Next Post

১৬ বছৰীয়া ফুটবলাৰৰ পৰাক্ৰমেৰে ফ্ৰান্সক হৰুৱাই ইউৰোৰ ফাইনেলত স্পেইন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
১৬ বছৰীয়া ফুটবলাৰৰ পৰাক্ৰমেৰে ফ্ৰান্সক হৰুৱাই ইউৰোৰ ফাইনেলত স্পেইন

১৬ বছৰীয়া ফুটবলাৰৰ পৰাক্ৰমেৰে ফ্ৰান্সক হৰুৱাই ইউৰোৰ ফাইনেলত স্পেইন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7