VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই

মাত্ৰ ১৪দিনতে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ প্ৰায় ৪০০০ কিলোমিটাৰ অকলে চাইকেল চলালে পুনেৰ প্ৰীতি মাস্কে

voicedesk by voicedesk
November 22, 2022
in জীৱন
‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ  ৪৫ বছৰীয়া এগৰাকী মহিলাই
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ১৪দিনতে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ প্ৰায় ৪০০০ কিলোমিটাৰ অকলে  চাইকেল চলাই ‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই

চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা পাকিস্তানৰ পশ্চিম সীমান্তৰ কোটেশ্বৰ মন্দিৰৰ পৰা যাত্ৰা আৰম্ভ কৰি গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম আৰু অৰুণাচল প্ৰদেশলৈকে চাইকেলেৰে পুনেৰ প্ৰীতি মাস্কে তেওঁৰ যাত্ৰা  কৰিছিল বুলি এই অভিযানৰ মুখ্য দল ঘনশ্যাম ৰঘুৱংশীয়ে পিটিআইক জনায় ৷

১৪ নৱেম্বৰৰ মাজনিশা অৰুণাচল প্ৰদেশৰ চীনৰ সীমান্তৰ সমীপৰ কিবিথুত উপস্থিত হৈ ১৩ দিন ১৯ ঘণ্টা ১২ মিনিটত ৩৯৯৫ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিছিল মাস্কে। মাত্ৰ ১৪ দিনৰ ভিতৰতে তেওঁ দেশৰ  পশ্চিমৰ পৰা পূবলৈকে প্ৰথমগৰাকী মহিলা একক চাইকেল আৰোহী হিচাপে পৰিগণিত হয়।মাস্কে পাঁচ বছৰ পূৰ্বে অসুস্থতা আৰু হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ চাইকেল চলোৱাৰ কাম আৰম্ভ কৰিছিল।

ইতিমধ্যে তেওঁ  ৱৰ্ল্ড আল্ট্ৰা চাইক্লিং এছ’চিয়েশ্যন আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডো কৰিবলৈ সক্ষম হৈছে ।

মাস্ক  বাটত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি জানিব পৰা গৈছে৷   আনহাতে বিহাৰৰ দৰভংগাৰ পৰা প্ৰচণ্ড  বতাহৰ বাবে  চাইকেল চলোৱাটো কঠিন আছিল।’ অৰুণাচল প্ৰদেশৰ তেজুৰ পিছত এই পথটো উচ্চতা, বেয়া পথ, বোল্ডাৰ আৰু নিৰ্মাণকাৰ্য্যৰ সৈতে তেওঁ বহু অসুবিধাৰ সন্মূখীন হৈছিল ৷

তদুপৰি অৰুণাচল প্ৰদেশত সন্ধিয়া আৰু নিশাৰ ভাগত ২-৩ ডিগ্ৰী চেলছিয়াছলৈ তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে  ৰাইডিং কৰাটো কঠিন হৈ পৰিছিল আৰু তেওঁৰ হাতত পৰ্যাপ্ত গৰম কাপোৰ নাছিল। শূন্য নেটৱৰ্ক আৰু পৰিত্যক্ত পথৰ বাবে তেওঁ  দিশ হেৰুৱাইছিল  আৰু ৰাতি দীঘলীয়া পথেৰে যাত্ৰা কৰিব লগীয়া হৈছিল।

অৱশ্যে সীমান্ত পথ সংস্থাই প্ৰয়োজনীয় লজিষ্টিক আৰু নেভিগেচনেল সহায় আগবঢ়াইছিল যি তেওঁক অভিযান সম্পূৰ্ণ কৰাত সহায় কৰিছিল।মাস্কে প্ৰথম দহ দিনত প্ৰায় ৩৫০ কিলোমিটাৰ চাইকেল চলাই গড়ে ১৯ ঘণ্টা  চাইকেল চলাইছিল। আনহাতে তেওঁ প্ৰকাশ কৰা মতে অসম-অৰুণাচল সীমান্তৰ সমীপত মাস্কৰ ভৰিত তীব্ৰ ক্ৰেম্প হৈছিল। এনে লাগিছিল যে তেওঁ বাকী ৰাইড বন্ধ কৰিব লাগিব কিন্তু মালিচ, ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু জিৰণি লৈ তেওঁ সুস্থ হৈ উঠিছিল ৷

উল্লেখযোগ্য যে ‘ৰিবাৰ্থ  থ্ৰাষ্ট’ নামৰ এক  সংস্থাৰ উদ্যোগত হোৱা  অংগদান কাৰ্য্যসূচীৰ  সমৰ্থন আৰু সজাগতা সৃষ্টিৰ বাবে তেওঁ এই অভিযান গ্ৰহণ কৰিছিল।

Previous Post

মধ্যপ্ৰদেশত এনে বহু  ঠাই আছে হয়তো যি ঠাইলৈ যোৱাৰ ইচ্ছা থাকে প্ৰতিজন ভাৰতীয়ৰে

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7