VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বানস্থলীপুৰম আৰক্ষীক দাখিল পোহনীয়া মেকুৰী চুৰিৰ অভিযোগ

৫০ হাজাৰ টকাত ক্ৰয় কৰিছিল বিৰল প্ৰজাতিৰ মেকুৰীটো

voicedesk by voicedesk
January 10, 2023
in জীৱন
বানস্থলীপুৰম আৰক্ষীক দাখিল পোহনীয়া মেকুৰী চুৰিৰ অভিযোগ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আৰক্ষীক নিজৰ পোহনীয়া মেকুৰী চুৰি হোৱাৰ অভিযোগ দাখিল কৰিলে এটা মেকুৰীৰ মালিকে  তেওঁ বানস্থলীপুৰম আৰক্ষীক দাখিল কৰে এই পোহনীয়া জন্তুটো চুৰি হোৱাৰ অভিযোগ ।

বানস্থলীপুৰমৰ  জাহাংগীৰনগৰৰ বাসিন্দা মালিক শ্বেইখ হুছেইন মাহমুদে  জানিবলৈ দিয়া মতে ১৮ মাহ বয়সৰ  বিৰল প্ৰজাতিৰ মেকুৰীটো  ‘খৌ মানী ব্ৰীড’ৰ ৷  আনহাতে তেওঁ ৫০ হাজাৰ টকাত ক্ৰয় কৰিছিল মেকুৰীটো ।

দেওবাৰে নিশা প্ৰায় ৮.৪৫ বজাত এক্টিভা বাহনেৰে আহি ঘৰৰ বাহিৰৰ পৰা এজন লোকে মেকুৰীটো চুৰি কৰি লৈ যায় যি দৃশ্য ইতিমধ্যে  চিচিটিভিৰ ফুটেজত দেখা গৈছে ৷  অভিযুক্ত চোৰে মেকুৰীটোক লৈ গৈ এক্টিভা স্কুটাৰত ৰাখিছে আৰু দ্ৰুতগতিত সেই ঠাইৰ পৰা আঁতৰি গৈছে।

মাহমুদে বানস্থলীপুৰম আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে। আনহাতে এই গোচৰ ৰুজু হোৱাৰ পিছত  আৰক্ষীয়ে চোৰটোক বিচাৰি উলিয়াই মেকুৰীটোক আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

Previous Post

যোশীমঠ উত্তৰাখণ্ডৰ চামোলী জিলাৰ এখন আকৰ্ষণীয় চহৰ

Next Post

আৰুণি কাশ্যপলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ফেল’শ্বিপ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আৰুণি কাশ্যপলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ফেল’শ্বিপ

আৰুণি কাশ্যপলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ফেল’শ্বিপ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7