VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিয়মিতভাৱে কোন ৩ প্ৰকাৰৰ ৰস খালে দূৰত থাকিব ৰক্তহীনতা, ডায়েবেটিছ বা ফ্লু !

voicedesk by voicedesk
March 25, 2024
in জীৱন
নিয়মিতভাৱে কোন ৩ প্ৰকাৰৰ ৰস খালে দূৰত থাকিব ৰক্তহীনতা, ডায়েবেটিছ বা ফ্লু !
0
SHARES
9.4k
VIEWS
Share on FacebookShare on Twitter

ৰোগমুক্ত শৰীৰ বিচাৰি পোৱাটো কঠিন। জ্বৰ আৰু ডায়েবেটিছৰ সমস্যা এতিয়া সাধাৰণ সমস্যাত পৰিণত হৈছে ৷ মহিলাসকলৰ  ৰক্তহীনতাৰ সমস্যা যথেষ্ট বেছি । এই সাধাৰণ, সৰু ৰোগৰ বাবে প্ৰতিদিনে চিকিৎসকৰ ওচৰলৈ যোৱাটো ভাল নহয়। শেহতীয়াকৈ চিকিৎসকসকলেও ঔষধৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰ নকৰিবলৈ পৰামৰ্শ দিছে। গতিকে কি কৰিব? পুষ্টিবিদসকলে কয় যে, সুস্থ হৈ থাকিবলৈ ঔষধৰ লগতে তিনিবিধ ৰস বা পানীয় দৈনন্দিন খাদ্যত ৰাখক। নিৰ্দিষ্ট সমস্যাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।

 

১) ৰক্তহীনতা:

ৰক্তহীনতাত ভুগিছে নেকি? এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে আইৰণ, ফ’লিক  আৰু অন্যান্য খনিজ পদাৰ্থৰে সমৃদ্ধ ঔষধ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ঔষধ খোৱাৰ উপৰিও বিশেষ ৰস খাব লাগে বুলি পুষ্টিবিদসকলে কয়। আপেল, গাজৰ, বীট আৰু পালেংশাক পৰা এই ৰস তৈয়াৰ কৰা হয়। ৰক্তকণিকা বৃদ্ধি কৰাতএই ৰস বিশেষভাৱে সহায়ক।

 

২) ডায়েবেটিছঃ

ধনিয়া, আদা, চেলেৰী আদিৰে তৈয়াৰী ৰসে তেজত ইনচুলিন হৰম’নৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। এই ৰসত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু অন্যান্য প্ৰয়োজনীয় ভিটামিন থাকে। নিয়মিতভাৱে এই ৰস সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। শৰীৰৰ প্ৰদাহজনিত সমস্যাও দূৰ হয়।

 

৩) চৰ্দি আৰু জ্বৰঃ

বতৰ পৰিৱৰ্তনৰ সময়ত সংক্ৰামক চৰ্দি আৰু ফ্লুত বহুলোক আক্ৰান্ত হয় ৷ ইয়াক ভাল কৰিবলৈ বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ দৌৰি যোৱাৰ পৰিৱৰ্তে ভিতৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগে। তাৰ বাবে আনাৰস, কমলা, আদা, পদিনা পাতেৰে তৈয়াৰী বিশেষ পানীয় খাব লাগিব। ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই পানীয়ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে।

Previous Post

যোৱা এবছৰত কোনে সলনি কৰিলে কোহলিৰ জীৱন? নিজেই প্ৰকাশ কৰিলে কিং কোহলিয়ে

Next Post

কেৱল ওজন কমি যোৱাই নহয়, প্ৰতিদিনে ১ চামুচ মৌ খাই কমাঁওক ঔষধৰ খৰচ ?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কেৱল ওজন কমি যোৱাই নহয়, প্ৰতিদিনে ১ চামুচ মৌ খাই কমাঁওক ঔষধৰ খৰচ ?

কেৱল ওজন কমি যোৱাই নহয়, প্ৰতিদিনে ১ চামুচ মৌ খাই কমাঁওক ঔষধৰ খৰচ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7