VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

Mission Fit India:খোজ কাঢ়ি লাডাখলৈ ৰাওণা প্ৰথমগৰাকী অসম জীয়ৰী অঞ্জলি দাস

voicedesk by voicedesk
August 18, 2021
in জীৱন, সমাজ
Mission Fit India:খোজ কাঢ়ি লাডাখলৈ ৰাওণা প্ৰথমগৰাকী অসম জীয়ৰী অঞ্জলি দাস
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

Mission Fit India পৰিকল্পনাৰে মিৰ্জাৰ পৰা এক দুঃসাহসিক পদযাত্ৰাৰে লাডাখলৈ বুলি ৰাওণা হৈছে বকোৰ জীয়ৰী মিৰ্জাৰ বোৱাৰী অঞ্জলি দাস। যোৱা ১৩ আগষ্টৰ পুৱা আৰম্ভ কৰিছে এই যাত্ৰা।

তিনি মাহত ২৭৯৬ কিলোমিটাৰ খোজ কাঢ়ি লাডাখত উপস্থিত হোৱাৰ লক্ষ্য বান্ধি ৰ’দ-বৰষুণ এক কৰি আগবাঢ়িছে অঞ্জলি।কান্ধত অসমীয়াৰ স্বাভিমান গামোচা  বুকুত দুৰ্বাৰ হেঁপাহ লৈ দেশৰ নাম জিলিকাবলৈ এই যাত্ৰা অঞ্জলিৰ।

দৈনিক ৫০ কিলোমিটাৰ খোজ কঢ়াৰ লক্ষ্যৰে আগবঢ়া অঞ্জলিক বিভিন্ন ঠাইত মানুহে অভিনন্দন জনোৱাত উৎফুল্লিত হৈ পৰা অঞ্জলিয়ে অসমবাসীৰ মৰম আৰু পৰিয়ালৰ উৎসাহ এই যাত্ৰাৰ প্ৰেৰণা বুলি উল্লেখ কৰে।

সাধাৰণতে এনে ধৰণৰ দুঃ সাহসিক যাত্ৰা মটৰ চাইকেল বা চাইকেলেৰে কৰা দেখা যায়। যদিও অঞ্জলিয়ে এই কাম খোজ কাঢ়িয়েই কৰাৰ সপোন দেখিছে।নিশ্চিত ভাৱে এই যাত্ৰা সহজ নহয়।

কিন্তু অঞ্জলিয়ে এই অসাধাৰণ কাম কৰি অসমৰ বিজয় ধ্বজা উৰুৱাব খোজিছে লাডাখত। তেনেক্ষেত্ৰত সকলো অসমবাসীয়ে এতিয়া অঞ্জলিক হিয়া উজাৰি শুভেচ্ছা দিছে যাতে লক্ষ্য প্ৰাপ্তিৰে অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই তোলে।

Previous Post

তৃণমূল কংগ্ৰেছত যোগদান কৰিব সাংসদ নৱ কুমাৰ শৰণীয়াই

Next Post

ভাৰতত প্ৰথম মোবাইল ফোনৰ ব্যৱহাৰঃ জানক কোনে কাৰ লগত কথা পাতিছিল ফোনৰ জৰিয়তে

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভাৰতত প্ৰথম মোবাইল ফোনৰ ব্যৱহাৰঃ জানক কোনে কাৰ লগত কথা পাতিছিল ফোনৰ জৰিয়তে

ভাৰতত প্ৰথম মোবাইল ফোনৰ ব্যৱহাৰঃ জানক কোনে কাৰ লগত কথা পাতিছিল ফোনৰ জৰিয়তে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7