VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিশা শোৱাৰ পূর্বে নাভিত কেইটোপালমান নাৰিকল তেল লগায় নেকি ? নিৰাময় হ’ব ৩টা ৰোগ

voicedesk by voicedesk
June 29, 2024
in জীৱন
নিশা শোৱাৰ পূর্বে নাভিত কেইটোপালমান নাৰিকল তেল লগায় নেকি ?  নিৰাময় হ’ব ৩টা ৰোগ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

গা ধোৱাৰ আগতে নাভি আৰু ভৰিৰ নখত কেইটোপালমান নাৰিকল তেল লগোৱটো যুগ যুগ ধৰি চলি অহা প্ৰথা। নাভিত নাৰিকল তেল নিয়মীয়াকৈ প্ৰয়োগ কৰিলে বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকে বুলি বহুতে কয়। গোটেই শৰীৰৰ স্নায়ু নাভিৰ লগত সংযুক্ত হৈ থাকে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি নাৰিকল তেলে ছালত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। পুনৰ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰচুৰ ফেটি এচিডযুক্ত নাৰিকল তেলে পাচনতন্ত্ৰৰ বিভিন্ন সমস্যা ৰোধ কৰে। ৰাতি শোৱাৰ আগে আগে নাভিত কেইটোপালমান নাৰিকল তেল লগালে কি লাভ হয়?

 

১)গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে

প্ৰতি নিশা শোৱাৰ আগতে নাভিত কেইটোপালমান নাৰিকল তেল লগালে গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা যায়। গোটেই শৰীৰৰ স্নায়ু, শিৰা আৰু উপশিৰা নাভিৰ লগত সংযুক্ত হৈ থাকে। নাভিত নাৰিকল তেলেৰে মালিচ কৰিলে ৰক্ত সঞ্চালন ভাল হয়। নাৰিকল তেলৰ মালিচে বাতবিষৰ বিষ আৰু প্ৰদাহ নিয়ন্ত্ৰণ কৰিবলৈ অতি উত্তম কাম কৰে।

 

২) সংক্ৰমণৰ ভয় কমি যায়

নাভিত মলি জমা হোৱাৰ প্ৰৱণতা দেখা যায়। প্ৰতিদিনে চাবোনেৰে গা ধুলেও নাভিটো পৃথকে পৃথকে চাফা কৰিবলৈ মনত নাথাকে। ফলত বেক্টেৰিয়া, ভেঁকুৰে সহজেই তাত বাহ সাজিব পাৰে। কিন্তু নাভিত নাৰিকল তেল কেইটোপালমান নিয়মিতভাৱে প্ৰয়োগ কৰিলে এনে সমস্যা নিয়ন্ত্ৰণত থাকিব পাৰে।

 

৩) হজম শক্তি ভাল কৰে

নাভিত নাৰিকল তেল লগোৱাৰ প্ৰথা আয়ুৰ্বেদত অতি পুৰণি। হৃদস্পন্দন, পেটৰ বিষ, গেছ, পেট ফুলা বা বদহজম – এই সকলোবোৰ নাভিত নাৰিকল তেল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যাও আৰোগ্য হয়।

Previous Post

প্ৰথম দিনাই বক্স অফিচত ‘কল্কি ২৮৯৮ এডি’ৰ নজিৰ, প্ৰভাস অভিনীত ছবিখনে কিমান উপার্জন কৰিলে?

Next Post

শনিবাৰে বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা কিমান ? বাৰ্বাডোছত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলখনত হ’ব নেকি বিঘ্নিত?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
শনিবাৰে বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা কিমান ? বাৰ্বাডোছত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলখনত হ’ব নেকি বিঘ্নিত?

শনিবাৰে বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা কিমান ? বাৰ্বাডোছত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলখনত হ’ব নেকি বিঘ্নিত?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7