VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধূলিৰ পৰা এলাৰ্জী হৈছে নেকি? কিদৰে ছাফা কৰি ৰাখিলে ধূলিৰ পৰা মুক্তি পাব আপুনি ?

voicedesk by voicedesk
May 31, 2024
in জীৱন
ধূলিৰ পৰা এলাৰ্জী হৈছে নেকি? কিদৰে ছাফা কৰি ৰাখিলে ধূলিৰ পৰা মুক্তি পাব আপুনি ?
0
SHARES
938
VIEWS
Share on FacebookShare on Twitter

ঘৰখন ধূলিৰ পৰা ৰক্ষা কৰাটো কিমান কঠিন, নিয়মীয়াকৈ এই কৰ্তব্য পালন কৰা সকলেহে জানে। ঘৰটো যদি ৰাস্তাৰ কাষতে থাকে তেন্তে এই সমস্যা অধিক বৃদ্ধি হয় ৷ সকলো সময়তে কোঠাটোত ধূলিয়ে আপোনাক অশান্ত কৰি তোলে । কোঠাটোৰ চুকবোৰত ধূলি জমা হয়। আচবাবত ধূলিও লাগি থাকে। এটা কোঠাৰ পৰা আন এটা কোঠালৈ যোৱাৰ লগে লগে ভৰিৰ তলত ধূলিৰ ডাঠ তৰপ এটা জমা হয়। বহুতৰে ‘ধূলিৰ এলাৰ্জী’ থাকে। ধূলি নাকত সোমালে উশাহ লোৱাত অসুবিধা হয়। গতিকে ঘৰখন ধূলিমুক্ত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ চাফাই কৰাটো সদায় সম্ভৱ নহয়। গতিকে ধূলি নোহোৱা কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ?

১) ঘৰত জমা হোৱা ধূলিৰ বেছিভাগেই বাহিৰৰ পৰা আহে। গতিকে কোঠাটোত ধূলি যাতে সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাই ভাল। ঘৰৰ কাষতে ৰাস্তা থাকিলে সমস্যা বেছি। তেনে ক্ষেত্ৰত ৰাস্তাৰ ফালে থকা  দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাই ভাল।

 

২) কাপোৰ আৰু সিঁচৰতি হৈ থকা কাগজৰ পৰা আঁহ উৰি যায়। এইবোৰ ধূলি হিচাপে বিভিন্ন বস্তুৰ ওপৰত জমা হৈ থাকে। গতিকে কাপোৰ বা কাগজ ইফালে সিফালে পেলাই নাৰাখিব। নিৰ্দিষ্ট ঠাইত সংৰক্ষণ কৰক। ইয়াৰ ফলত ধূলিৰ পৰিমাণ কমি যাব।

 

৩) সাৰ পোৱাৰ পিছত কোঠাত থকা বিচনা চাদৰখন ঘৰৰ ভিতৰতে জোকাৰি নিদিব ৷ এইবোৰ কাম বেলকনিতে কৰিলে ভাল। তেতিয়া কোঠাটোত  ধূলিৰ পৰিমান কমি যাব । ইয়াৰ বাহিৰেও বাহিৰৰ পৰা ক্ৰয় কৰা সামগ্ৰী ছাফা কৰিহে ঘৰৰ ভিতৰলৈ আনিব লাগে ৷

 

৪) বহুতে ঘৰতে ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰে। কিন্তু চেটটোত হেপা ফিল্টাৰ আছে নে নাই পৰীক্ষা নকৰে ।  এই ফিল্টাৰে ধূলি শোষণ কৰে। বতাহত ধূলি উৰি যোৱাত বাধা দিয়ে ৷

Previous Post

পহিলা জুনত গুৱাহাটীত জিতেন দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে “তুমি সুৰ হৈ থাকা” শীৰ্ষক অনুষ্ঠানৰ আয়োজন

Next Post

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে ভাল খবৰ, ৰেংকিঙত উন্নীত হৈছে দুই ক্ৰিকেটাৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে ভাল খবৰ, ৰেংকিঙত উন্নীত হৈছে দুই  ক্ৰিকেটাৰ

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে ভাল খবৰ, ৰেংকিঙত উন্নীত হৈছে দুই ক্ৰিকেটাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7