VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি

voicedesk by voicedesk
March 10, 2023
in জীৱন, বিজ্ঞান, মুখ্য সংবাদ
অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি
0
SHARES
140
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১০ মাৰ্চ: অসম ৰাজ্যিক মহিলা আয়োগে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত আজি গুৱাহাটীৰ বেলতলাস্থিত অসম ৰাজ্যিক মহিলা আয়োগৰ সভাকক্ষত এক বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি কৰে। আৰ্থিক বাধাৰ বাবে আইনী সাহায্য লাভ কৰিব নোৱাৰা দুৰ্দশাগ্ৰস্ত মহিলাসকলক আইনী সেৱা আৰু সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। অসম চৰকাৰৰ প্ৰধান সচিব মুকেশ চাহুৱে উদ্বোধন কৰা এই অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড০ হেমাপ্ৰভা বৰঠাকুৰ, উপাধ্যক্ষা নিলিমা দেৱী, সদস্য সচিব ড০ প্ৰীতি লেখা ডেকা, আৰু সদস্যা- পৰমী দাস, মামনি বৰা, ববিতা শৰ্মা আৰু নাং লাকী গগৈ,ৰাজ্যিক মিছন সমন্বয়ক ৰুবি ভাগৱতী, শিশু বিশেষজ্ঞ , ইউনিচেফ লক্ষ্মী নাৰায়ণ নন্দ, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰী ইত্যাদি
উপস্থিত থাকে। জিলা আইন সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত দুৰ্দশাগ্ৰস্ত মহিলাসকলক পৰামৰ্শ সেৱা আগবঢ়োৱা পৰামৰ্শদাতা হিচাপে ঋতুমণি গোস্বামীক মনোনিত কৰে।

এই বিনামূলীয়া আইনী সেৱা কেন্দ্ৰটোৱে মহিলাসকলক পৰামৰ্শ, আৰু আদালতত প্ৰতিনিধিত্বকে ধৰি আইনী সাহায্য সেৱাৰ সুবিধা প্ৰদান কৰিব। ঘৰুৱা হিংসা, যৌন নিৰ্যাতন, বৈষম্যকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দুৰ্দশাগ্ৰস্ত মহিলাসকলক এই কেন্দ্ৰ দ্বাৰা সহায় প্ৰদান কৰা হ’ব। সম্পত্তিৰ বিবাদ, বৈবাহিক বিবাদ, আৰু অন্যান্য আইনী বিষয়ৰ বাবে আইনী সাহায্য বিচৰা মহিলাসকলকো কেন্দ্ৰই সহায় আগবঢ়াব।
অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাসকলে যাতে ন্যায়ৰ সুবিধা লাভ কৰে আৰু সকলো ধৰণৰ হিংসা আৰু বৈষম্যৰ পৰা সুৰক্ষিত হয় তাৰবাবে বিনামূলীয়া আইনী সেৱা কেন্দ্ৰটো স্থাপন কৰিছে ।

বিনামূলীয়া আইনী সেৱা কেন্দ্ৰৰ বিষয়ে অধিক তথ্যৰ বাবে অসম ৰাজ্যিক মহিলা আয়োগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে ৷

ফোন নং: 0361220150
ইমেইল: [email protected]

Previous Post

এজন অভিনেতা নহয়, কেৱল এজন ভাৰতীয় হৈ অস্কাৰৰ ৰেড কাৰ্পেটত খোজ কাঢ়িম’ অস্কাৰত অংসগ্ৰহণৰ পূর্বে ক’লে আৱেগিকএনটিআৰে

Next Post

সাহিত্যিক হেমপ্ৰভা বড়া সোণোৱাল, হস্ত-তাঁত বস্ত্ৰ শিল্পী হেমন্তী দলে চুংক্ৰাং, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰলৈ ৰত্নমৰ মহিয়সী বটাঁ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সাহিত্যিক হেমপ্ৰভা বড়া সোণোৱাল, হস্ত-তাঁত বস্ত্ৰ শিল্পী হেমন্তী দলে চুংক্ৰাং, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰলৈ ৰত্নমৰ মহিয়সী বটাঁ

সাহিত্যিক হেমপ্ৰভা বড়া সোণোৱাল, হস্ত-তাঁত বস্ত্ৰ শিল্পী হেমন্তী দলে চুংক্ৰাং, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰলৈ ৰত্নমৰ মহিয়সী বটাঁ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7