VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰতিমাহে দহ হাজাৰ টকাকৈ পেঞ্চন পাব স্বামী আৰু স্ত্ৰীয়েঃ কোন আঁচনিত পোৱা যাব এই সুবিধা জানিবলৈ পঢ়ক

voicedesk by voicedesk
August 13, 2021
in জীৱন, অৰ্থনীতি, সমাজ
প্ৰতিমাহে দহ হাজাৰ টকাকৈ পেঞ্চন পাব স্বামী আৰু স্ত্ৰীয়েঃ কোন আঁচনিত পোৱা যাব এই সুবিধা জানিবলৈ পঢ়ক
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

ভৱিষ্যতৰ কথা চিন্তা কৰি আজিকালি প্ৰায় সকলো লোকেই নানা প্ৰকল্পৰ জৰিয়তে টকা বিনিয়োগ কৰি ৰাখে।কিন্তু এই ক্ষেত্ৰত কেৱল  বিনিয়োগ কৰাতকৈ, ক’ত জমা টকা বিনিয়োগ কৰিলে ভাল প্ৰতিফল পোৱা যাব সেই কথা জনাৰ অতি দৰকাৰ।

দেশৰ জনসাধাৰণৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে অটল পেঞ্চন যোজনা। এইক্ষেত্ৰত ভৱিষ্যতৰ সঞ্চয় সুৰক্ষিত হৈ থাকে। এই আঁচনিৰ এক সুবিধা অনুযায়ী স্বামী আৰু স্ত্ৰীৰ বেলেগ বেলেগ একাউন্ট থাকিলে মাহে ১০ হাজাৰ টকাৰ পেঞ্চন পাব ঘৰত বহিয়েই।

কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি বৰ্তমান বহুত জনপ্ৰিয় হৈছে। এই অটল পেঞ্চন যোজনা আৰম্ভ কৰা হৈছিল ২০১৫ চনত। ইতিমধ্যে ২ কোটিৰো অধিক মানুহে এই আঁচনিৰ বাবে নিজৰ নাম নথিভুক্ত কৰিছে। এই পেঞ্চনৰ সুবিধা লাভ কৰিবৰ বাবে কোনো বেংক অথবা পোষ্ট অফিচত টকা সঞ্চয়ৰ বাবে একাউন্ট থকা নিতান্তই প্ৰয়োজনীয়।

চলিত বৰ্ষৰ জুলাই মাহৰ ১ তাৰিখৰ পৰা অটল পেঞ্চন যোজনাৰ কাম আকৌ নতুনকৈ আৰম্ভ কৰা হৈছে। ক‘ভিড-১৯ ৰ বাবে এই যোজনাৰ কাম ৩০ জুনলৈকে স্থগিত ৰখা হৈছিল। সেই হিচাপত এপ্ৰিলৰ পৰা আগষ্ট মাহলৈকে কোনো লোকৰ ক্ষেত্ৰত এই আঁচনিৰ কোনো কাম বাকী থাকিলে ৩০ চেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি দিয়া হ’ব।

প্ৰধানমন্ত্ৰীৰ অটল পেঞ্চন যোজনাই চৰকাৰৰ নুন্যতম পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰে। ১৮ বছৰ বয়সৰ পৰা ৪০ বছৰ বয়স পৰ্যন্ত যিকোনো লোক এই আঁচনিৰ অধীনলৈ আহিব পাৰিব। কিন্তু এই ক্ষেত্ৰত কিছু নিয়ম সালসলনি কৰা হ’ব।

উক্ত আঁচনিৰ জৰিয়তে গ্ৰাহকে ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পাব পাৰে।গ্ৰাহকে সম্পূৰ্ণ ৬০ বছৰৰ পাচত এই পেঞ্চনৰ টকা পাব । আনহাতে পেঞ্চন পাবলগীয়া গ্ৰাহকজনৰ যদি কোনো কাৰণত মৃত্যু হয় তেন্তে তেঁওৰ স্বামী বা স্ত্ৰীয়ে এই টকা পাব। কিন্তু দুয়োজনৰে মৃত্যু হ’লে নমিনিত নাম থকা লোক সম্পূৰ্ণ টকাৰ অংশীদাৰ হ’ব।

উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ১ হাজাৰ, ২ হাজাৰ, ৩ হাজাৰ, ৪ হাজাৰ বা ৫ হাজাৰ টকাৰ পেঞ্চন পাব পাৰে কোনো লোকে। কোনো ব্যক্তিয়ে যদি দিনে ১০ টকা কৈ সঞ্চয় কৰে ,তেন্তে ৬০ বছৰৰ পাচত মাহে ৫ হাজাৰ টকা কৈ এবছৰত মুঠতে ৬০ হাজাৰ টকাৰ পেঞ্চন পাব সেই ব্যক্তিজনে।এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ৪২ টকাৰ পৰা ২১০ টকালৈ জমা ৰাখিব পাৰিব কোনো গ্ৰাহকে।আনহাতে স্বামী আৰু স্ত্ৰীৰ বেলেগ বেলেগ একাউন্ট থাকিলে ,দুয়োটা একাউন্টত ৫ হাজাৰ কৈ ১০হাজাৰ টকা পেঞ্চন পোৱাৰো সুবিধা আছে।

এই আঁচনিৰ অধীনত টেক্সৰ কোনো অসুবিধা নাই। এজন সদস্যৰ নামত এটাই মাথো একাউন্ট খুলিব পৰা ব্যৱস্থা আছে এই যোজনাত। প্ৰাপ্ত তথ্য মতে অটল পেঞ্চন যোজনাত পেঞ্চনৰ সৰ্বাধিক সীমা প্ৰতিমাহে ৫০০০ টকা।কিন্তু এই ক্ষেত্ৰত প্ৰতিমাহে ১০,০০০ টকাকৈ বঢ়োৱাৰ পৰিকল্পনা কৰি থকা হৈছে।

Previous Post

অলিম্পিকৰ সময়ছোৱাত স্বৰ্ণ বিজেতা নীৰজ চোপ্ৰাৰ খাদ্য তালিকা কেনেধৰণৰ আছিল?জানিবলৈ পঢ়ক

Next Post

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ‘ব পাৰে উদ্যোগপতি ৰতন টাটা!

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ‘ব পাৰে উদ্যোগপতি ৰতন টাটা!

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ‘ব পাৰে উদ্যোগপতি ৰতন টাটা!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7