VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শীতকালত আপোনাৰ ছালৰ যতন কেনেকৈ  ল’ব

 ছালৰ বিষয়ে  কিছু জানিবলগীয়া  কথা

voicedesk by voicedesk
November 15, 2021
in জীৱন
শীতকালত আপোনাৰ ছালৰ যতন কেনেকৈ  ল’ব
0
SHARES
470
VIEWS
Share on FacebookShare on Twitter

ছাল আমাৰ শৰীৰৰ এনে এক অংগ যি  আমাৰ  সমগ্ৰ দেহটোক আৱৰি থাকে৷  শৰীৰৰ মুঠ ওজনৰ আঠ শতাংশ হ’ল ছাল৷ ছালৰ মুঠ কালি  ১.২ ৰ পৰা ২.২ বৰ্গ কিল’মিটাৰ ৷

মানুহৰ পাঁচটা জ্ঞানেন্দ্ৰীয়ৰ ভিতৰত  অন্যতম ইন্দ্ৰীয় হৈছে ছাল৷  ছালে আমাৰ দেহৰ উষ্ণতাৰ সমতা ৰক্ষা কৰি  আমাৰ শৰীৰটোক  ৰক্ষা কৰে৷ এখন নিৰোগী ছাল  সদায় সকলোৰে বাবে আকৰ্ষণীয়  আৰু সৌন্দৰ্য্যৰ প্ৰতীক৷ বিভিন্ন   স্বাস্থ্যকৰ খাদ্য আৰু যত্নৰ দ্বাৰা মানুহ এখন সুস্থ ছালৰ গৰাকী হৈ থাকিব পাৰে৷

শীত আমাৰ দুৱাৰদলিত ৷ এই সময়চোৱাত ছালৰ  বিভিন্ন সমস্যাই আমাক ব্যতিব্যস্ত কৰি তোলে আৰু সেয়ে এই  সময়চোৱাত আমাৰ শুকান ছালখন নিমজ আৰু আকৰ্ষণীয় কৰি ৰাখিবলৈ আমি যত্নপৰ হ’ব লাগে৷ ছালৰ সকলো ধৰণৰ সমস্যা বনৌষধিৰ দ্বাৰা কেনেকৈ  সমাধান কৰিব পাৰি জানোচোন  আহক

 

১/শীত কালত ছাল নিমজ কৰি ৰাখিবলৈ  আমলখি,শিলিখা ,টেঙা জাতীয় ফলমূল আদি খাদ্যপ্ৰাণ ‘গ’ যুক্ত খাদ্য বেছিকৈ খাব লাগে আনহাতে গোলনেমুৰ ৰস ছালত সানিব লাগে৷

২/ছালখন সুন্দৰ আৰু চিকচিকিয়া কৰি ৰাখিবৰ বাবে দৈ একচামুচ,গাখীৰ এক চামুচ,আধাচামুচ বগা চন্দনৰ গুড়া ,আৰু ১/৪ চামুচ হালধিৰ ৰস মিহলি কৰি দিনে দুবাৰকৈ গালত সানিব লাগে৷

৩/ছালখন  খহতা নহ’বৰ বাবে এজন ব্যক্তিয়ে  দৈনিক ১০ৰ পৰা ১২গিলাছ পানী  খোৱাৰ লগতে  ফলৰ ৰস খোৱা প্ৰয়োজন৷ তাৰোপৰিও কেঁচা হালধিৰ ৰস গা ধোৱাৰ আধা ঘণ্টা আগতে সানি  তাত মৌ  ঘঁহিব লাগে৷

৪/প্ৰখৰ ৰ’দত ছাল ক’লা পৰিলে ছালকুঁৱৰীৰ বিজলভাগ উলিয়াই  দিনে এবাৰকৈ ছালত লগালে উপশম পোৱা যায়৷

৫/ভৰিৰ  গেৰোৱা ফাটিলে  বৰ বা আহত গছৰ আঠা ফটা অংশত লগালে ফটা গেৰোৱা ভাল হয়৷

৬/পকা অমিতা ফেটি মুখত প্ৰায় দুই মিনিট সময় লগালে মূখৰ  ক’লা দাগ  নোহোৱা হয় আৰু ছাল মসৃন হয়৷

৭/ ওঁঠ ফাটিলে গাখীৰৰ ৰস লগালে  ওঁঠ ফটা ভাল হয়৷ মৌজোলেও এই ক্ষেত্ৰত ভাল ফল দিয়ে৷

৮/বয়সস্থ লোকৰ ছাল শোতোৰা পৰা বা বলিৰেখা আতৰাবলৈ  ভাল আলূ দুটাৰ বাকলি গুচাই মিহিকৈ পিহি  তাত ৫ চামুচ  গোলনেমু,কাজিনেমু বা কমলা টেঙাৰ ৰস  মিহলি কৰি  দিনে দুবাৰকৈ লগালে সুফল পোৱা যায়৷

৯/পকা কল ভালকৈ ফেটি চালত লগালে  চাল নিমজ হয়৷

১০/পকা বিলাহী  ছালত সানিলে আৰু নিয়মিত ভাৱে খালে  ছাল নিমজ হয়৷

Previous Post

সৌন্দৰ্য চৰ্চাত কেঁচা হালধি

Next Post

ভাৰত  চৰকাৰৰ দ্বাৰা  সকলো বিষয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে  মুকলি কৰা হ’ল ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভাৰত  চৰকাৰৰ দ্বাৰা  সকলো বিষয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে  মুকলি কৰা হ’ল ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী

ভাৰত  চৰকাৰৰ দ্বাৰা  সকলো বিষয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে  মুকলি কৰা হ’ল ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7