VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুৱা নে গধূলি কেতিয়া খোজ কাঢ়িলে শৰীৰৰ অধিক সুস্থ হ’ব আপোনাৰ ?

voicedesk by voicedesk
July 29, 2024
in জীৱন
পুৱা নে গধূলি কেতিয়া খোজ কাঢ়িলে শৰীৰৰ অধিক সুস্থ হ’ব আপোনাৰ ?
0
SHARES
4k
VIEWS
Share on FacebookShare on Twitter

ওজন কমাবলৈ কেইবাটাও উপায় আছে ৷ ব্যায়াম তাৰ ভিতৰত অন্যতম। কিন্তু সকলোৱে জিমলৈ গৈ ব্যায়াম কৰি ভাল নাপায়। বহুতে যোগৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰতে বহুতে ব্যায়াম কৰে । কিন্তু বেছিভাগ মানুহেই ফিট হৈ থাকিবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খোজ কঢ়াটো পছন্দ কৰে।  লিফটৰ সলনি চিৰিৰে গৈ, ঘৰৰ ওচৰৰ বজাৰখনলৈ খোজ কাঢ়ি যাবলৈ বহুতে চেষ্টা কৰে ৷  দিনটোৰ যিকোনো সময়তে অলপ খোজ কাঢ়িলে শৰীৰৰ উপকাৰ হ’ব পাৰে। খোজ কঢ়াৰ আদৰ্শ সময় পুৱা নে গধূলি তাক লৈ বিভিন্ন অধ্যয়ন কৰা হৈছে।

 

পুৱা খোজ কাঢ়িলে অতিৰিক্ত উপকাৰ পোৱা যায় ৷  ৰাতিপুৱা শুদ্ধ বতাহত খোজ কাঢ়িলে হাঁপানীৰ সমস্যা নিয়ন্ত্ৰণলৈ আহে। হৃদস্পন্দনও স্বাভাৱিক হয় । আটাইতকৈ ডাঙৰ লাভ হ’ল পাচনতন্ত্ৰৰ বিকাৰৰ পৰা সকাহ পোৱা যায় । ৰাতিপুৱাৰ খোজ কাঢ়িলে শৰীৰ, মন আৰু কৰ্ম শক্তিশালী হয়। অনিদ্ৰা হ’লেও পুৱা খোজ কাঢ়িলে উপকাৰ পাব ৷

 

পুৱা সময় নাপালে সন্ধিয়া কামৰ পৰা উভতি আহি বহুতে খোজ কাঢ়ে । ব্যস্ত দিনৰ শেষত খোজ কাঢ়িলে মানসিক চাপ বহুত কমি যায়। ভাগৰুৱা শৰীৰলৈ শান্তি ঘূৰি আহে। আনকি ওজন কমাবলৈও সন্ধিয়া খোজ কঢ়াটো এটা ভাল অভ্যাস । ইয়াৰ বাহিৰেও সন্ধিয়া ৰ’দ আতৰি গ’লে কোনো গৰম নাথাকে। ফলত বহু সময় খোজ কাঢ়িলেও ভাগৰ কমকৈ লাগে ৷

 

অৱশ্যে বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে খোজ কঢ়াৰ কোনো আদৰ্শ সময় নাই। দিনটোৰ যিকোনো সময়তে খোজ কঢ়াটো উপকাৰী হ’ব পাৰে। কেতিয়া খোজ কাঢ়িব লাগে সেয়া কেৱল শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি ৰাতিপুৱা খোজ কাঢ়িবলৈ যাব বিচাৰে, তেন্তে তেতিয়াই যোৱা উচিত। আকৌ যদি সন্ধিয়া খোজ কাঢ়িলে সকাহ অনুভৱ কৰে তেন্তে এই সময়টো খোজ কঢ়াৰ বাবে বাছি ল’ব পাৰি।

 

Previous Post

এপিএছচিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী,ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ড-২৯ বিষয়াক চাৰি বছৰৰ কাৰাবাস

Next Post

লংকেশ্বৰ ধামত ৰুদ্ৰাক্ষৰ গছ ৰোপণ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
লংকেশ্বৰ ধামত ৰুদ্ৰাক্ষৰ গছ ৰোপণ

লংকেশ্বৰ ধামত ৰুদ্ৰাক্ষৰ গছ ৰোপণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7