VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গা ধুওৱাৰ আগতে নে পিছত কেতিয়া তেল মালিচ কৰাটো শিশুৰ বাবে ভাল?

voicedesk by voicedesk
April 9, 2024
in জীৱন
গা ধুওৱাৰ আগতে নে পিছত কেতিয়া তেল মালিচ কৰাটো শিশুৰ বাবে ভাল?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on Twitter

তেলৰ মালিচে হাড় শক্তিশালী কৰাৰ লগতে ছালখন সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে প্ৰায় প্ৰতিখন ঘৰতে জন্মৰ কেইদিনমান পিছতে কেঁচুৱাক তেলেৰে মালিচ কৰাৰ প্ৰথা আছে। হাড় গঠনৰ পৰা আৰম্ভ কৰি তেজ চলাচললৈকে—মালিচ কৰিলে সকলো উন্নত হয়। অৱশ্যে নৱজাতক বা ছমহীয়া শিশুক তেল মালিচ কৰাৰ সঠিক পদ্ধতি জানিব লাগিব। ছালখন সুস্থ কৰি ৰাখিবলৈ কি তেল ব্যৱহাৰ কৰি আছে সেয়াও মনত ৰখাটো প্ৰয়োজনীয়।

 

মালিচ কৰাৰ সঠিক পদ্ধতি কি?

 

শিশুৰ শৰীৰ, হাত-ভৰি বিষ হব পাৰে বুলি ভাবি বহুতে এই তেল খুব জোৰেৰে মালিচ কৰে। ইয়াৰ বিপৰীত প্ৰতিক্ৰিয়া হ’ব পাৰে। কেঁচুৱাক এবছৰ হোৱালৈকে অতি সাৱধানে মালিচ কৰিব লাগে। তেল লগালে নৱজাতকে কান্দিবলৈ আৰম্ভ কৰিব পাৰে। গতিকে ভৰিৰ পৰা মালিচ আৰম্ভ কৰিব পাৰে।

 

শিশুৰ মালিচ কৰিবলৈ কেনেধৰণৰ তেল ব্যৱহাৰ কৰিব পাৰি?

 

বহুতে কেঁচুৱাক সৰিয়হ, অলিভ বা নাৰিকল তেলেৰে মালিচ কৰে। অৱশ্যে নৱজাতকৰ ছাল অতি সংবেদনশীল। গতিকে চিকিৎসকে এই ধৰণৰ তেল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। বৰঞ্চ ইহঁতৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা তেল ব্যৱহাৰ কৰিব পাৰি। বহু কোম্পানীয়ে কেৱল শিশুৰ বাবে প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰে। ব্যৱহাৰ কৰাটো নিৰাপদ।

 

মালিচৰ বাবে নিৰ্দিষ্ট সময় আছেনে?

 

নৱজাতকৰ ওপৰত কেতিয়া তেলৰ মালিচ আৰম্ভ কৰিব পাৰি সেই বিষয়ে প্ৰথমে শিশুটিৰ চিকিৎসকৰ লগত কথা পাতক। সাধাৰণতে গৰমত গা ধোৱাৰ আগতে আৰু শীতকালত গা ধোৱাৰ পিছত শিশুক তেল মালিচ কৰিবলৈ কোৱা হয়। যদি তেল নোহোৱাকৈ ক্ৰীম বা লোচনেৰে মালিচ কৰিব লাগে তেন্তে দুপৰীয়া বা শুই উঠাৰ আগতে মালিচ কৰিব পাৰি। কিন্তু যদি শিশুটিৰ ঠাণ্ডাৰ প্ৰৱণতা থাকে, তেন্তে সন্ধিয়াৰ পিছত মালিচ নকৰাটো ভাল।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

মেট্ৰিক-হায়াৰছেকেণ্ডাৰীৰ পাছত পুনেৰ আইছাৰতো শ্ৰেষ্ঠ, পুনৰ মেধাৰ বলত জিলিকি উঠিল ধৃতিৰাজ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
মেট্ৰিক-হায়াৰছেকেণ্ডাৰীৰ পাছত পুনেৰ আইছাৰতো শ্ৰেষ্ঠ, পুনৰ মেধাৰ বলত জিলিকি উঠিল ধৃতিৰাজ

মেট্ৰিক-হায়াৰছেকেণ্ডাৰীৰ পাছত পুনেৰ আইছাৰতো শ্ৰেষ্ঠ, পুনৰ মেধাৰ বলত জিলিকি উঠিল ধৃতিৰাজ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7