VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অতিমাৰীৰ সময়ত আপোনাৰ কণমানি সন্তানটিক কিদৰে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব জানো আহক

voicedesk by voicedesk
September 7, 2021
in জীৱন, সমাজ
অতিমাৰীৰ সময়ত আপোনাৰ কণমানি সন্তানটিক কিদৰে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব জানো আহক
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ৰ ভয়াবহতা বৃদ্ধি পোৱাৰ লগে লগে সকলো লোকেই এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে। যিহেতু আগতীয়াকৈ জনোৱা হৈছে যে আহিবলগীয়া তৃতীয়টো ঢৌ শিশুসকলৰ বাবে ভয়াৱহ হ’ব , গতিকে এই ক্ষেত্ৰত সকলো অভিভাৱকেই সাৱধান হোৱা অতি জৰুৰী। উল্লেখ্য যে শক্তিশালী প্ৰতিৰক্ষাই শিশুৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকা বহুত লাঘৱ কৰাৰ লগতে স্বাস্থ্যবান হৈ থকাতো যথেষ্ট অৰিহণা যোগায়।

শৰীৰক দৰকাৰী পুষ্টিৰ যোগান ধৰিবৰ বাবে দৈনিক খাদ্য তালিকাত বহুতো শৰীৰৰ উপযোগী খাদ্যৰ সংযোগ ঘটাব পাৰি। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰত ঔষধিযুক্ত কি কি উপাদানে সহায় কৰে সেই বিষয়ে উল্লেখ কৰা হ’ল।

Tulsi and Milk
  • তুলসী: স্বাস্থ্য তথা চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তুলসীয়ে। তুলসীক ঔষধিযুক্ত বনদৰবৰ ৰাণী বুলিও জনা যায়। ইয়াত ভিটামিন –এ, ভিটামিন-চি আৰু ভিটামিন- কে পোৱা যায়। বিশেষ গুণসম্পন্ন তুলসীয়ে জ্বৰ কমোৱাৰ লগতে চৰ্দী-কাঁহত যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও হৃদৰোগৰ ক্ষেত্ৰতো যথেষ্ট সুফল দিয়ে তুলসীয়ে। গাখীৰত মাত্ৰ কেইটামান তুলসীৰ পাত মিশ্ৰণ কৰি শিশুক খাবলৈ দিলে স্বাস্থ্যৰ অৱনতি হোৱাৰ পৰা হাত সাৰি থাকিব পৰা যায়।
Turmeric
  • হালধি: প্ৰত্যেক লোকৰ পাকঘৰত থকা এবিধ সামগ্ৰী হ’ল হালধি। হালধিৰ Anti-Inflammatory গুণ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। আনহাতে খাদ্যৰ সোৱাদ বঢ়োৱাটো সহায় কৰে এই হালধিয়ে। হৃদৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত ই অতি উপকাৰী।হালধি পাউডাৰ গাখীৰৰ লগত মিহলাই নিয়মিত ভাৱে খাবলৈ দিলে শিশুটি বহুত বেমাৰৰ পৰা আঁতৰত থাকে।
Cinnamon
  • দালচেনী: দালচেনীয়ে শৰীৰৰ প্ৰতিৰক্ষা বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। চকলেট শিশুৰ এক প্ৰিয় খাদ্য। দালচেনী পাউডাৰ চকলেট তথা গাখীৰৰ লগত মিহলাই শিশুক খাবলৈ দিলে যথেষ্ট উপকাৰ পোৱা যায়।
Ginger and Garlic
  • আদা আৰু নহৰু: আদাই চৰ্দী-কাঁহ হ’ব পৰা ভাইৰাছ প্ৰতিৰোধ কৰে। সৰু কেঁচুৱাক গাখীৰত সামান্য পৰিমাণৰ আদা মিহলাই খুৱালে বহুতো বেমাৰৰ পৰা কেঁচুৱাটি বাচি থাকে। অত্যাধিক চৰ্দী আৰু কাঁহ হ’লে আধাচামুচ আদা পাউডাৰ , জিৰা পাউডাৰ আৰু মৌৰ মিশ্ৰণ কৰি খালে যথেষ্ট সুফল পোৱা যায়। আনহাতে নহৰুত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণ আছে। ই শৰীৰৰ প্ৰতিৰক্ষা গুণ বঢ়োৱাতো সহায় কৰে।
Ashwagandha
  • অশ্বগন্ধা: অতীজৰে পৰা বিভিন্ন ৰোগত ব্যৱহাৰ হোৱা এই ঔষধিগুণসম্পন্ন বনদৰবে শাৰীৰিক সমস্যাৰ লগতে মানসিক সমস্যা আঁতৰ কৰাতো যথেষ্ট সহায় কৰি আহিছে। অশ্বগন্ধাই মাংসপেশী শক্তিশালী কৰাৰ লগতে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত অৰিহণা যোগায়। সৰু ল’ৰা-ছোৱালীয়ে যিকোনো কাৰণত দুৰ্বলতা অনুভৱ কৰিলে এই অশ্বগন্ধাৰ পাউডাৰ গাখীৰৰ লগত মিহলাই খোৱালে বহুত উপকাৰ পোৱা যায়।
Cumin
  • জিৰা: জিৰাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। শুকান জিৰা পাউডাৰ মৌৰ লগত মিশ্ৰণ কৰি খালে কাঁহ আৰু ডিঙি বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। জিৰা বিভিন্ন ব্যঞ্জনৰ লগত মছলা হিচাপে দি খোৱাৰ লগতে , চাউলৰ লগতো মিহলাই জিৰা ৰাইচ হিচাপে খাব পৰা যায়।
Clove
  • লং : এই শুকান মছলাবিধ বিভিন্ন শাক-পাচলিৰ লগত মিহলাই খাব পৰা যায়। ইয়াৰ ফলত শিশুৰ খাদ্যৰ হজম শক্তিও বৃদ্ধি পায়। শিশুয়ে খাই ভালপোৱা কেক আৰু ব্ৰেডত লং ব্যৱহাৰ কৰিব পাৰি।
Previous Post

৪৪ ছেকেণ্ডৰ ভিতৰত দুটা সুৰংগ পাৰ কৰি বিশ্ব অভিলেখ গঢ়িলে ডাৰিঅ কোষ্টে

Next Post

পুৰুষতান্ত্ৰিক উশৃংখলতাঃ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বৈবাহিক জীৱনকলৈ সামাজিক মাধ্যমত মানসিক নিৰ্যাতন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পুৰুষতান্ত্ৰিক উশৃংখলতাঃ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বৈবাহিক জীৱনকলৈ সামাজিক মাধ্যমত মানসিক নিৰ্যাতন

পুৰুষতান্ত্ৰিক উশৃংখলতাঃ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বৈবাহিক জীৱনকলৈ সামাজিক মাধ্যমত মানসিক নিৰ্যাতন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7