VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুমধুৰ সংগীত শুনিব বিচাৰিলে শ্বিলঙলৈ গ’লে কেতিয়াও যাবলৈ নাপাহৰিব এই কেইখন কেফেলৈ

voicedesk by voicedesk
September 1, 2021
in জীৱন, সমাজ, সংস্কৃতি
সুমধুৰ সংগীত শুনিব বিচাৰিলে শ্বিলঙলৈ গ’লে কেতিয়াও যাবলৈ নাপাহৰিব এই কেইখন কেফেলৈ
0
SHARES
117
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতৰ এখন মনোৰম পাহাৰীয়া ঠাই শ্বিলং।প্ৰাকৃতিক দৃশ্যৰে মনোমোহা শ্বিলঙক  Scotland of the East বুলিও জনা যায়।  এই ঠাইৰ ঠাণ্ডা বতৰৰ লগতে ভ্ৰমণৰ উপযোগী বিভিন্ন ঠাই , পাহাৰ , ঝৰ্ণা মঠ আৰু কিছুমান সৰু সৰু ৰেষ্টোৰাঁ অতি মনোমোহা আৰু পৰ্যটকৰ উপযোগী।

শ্বিলংৰ সংস্কৃতি আৰু সংগীত আন ঠাইৰ তুলনাত পৃথক আৰু এই ঠাইৰ কেফেসমূহত সংগীতৰ লগত জড়িত আকৰ্ষণীয় দিশ দেখিবলৈ পোৱা যায়।

শ্বিলংৰ তেনে কিছুমান কেফে হ’ল-

Dylan’s cafe shillong
  • ডাইলেনছ কেফে (dylan’s cafe shillong) – শ্বিলঙৰ এখন জনপ্ৰিয় কেফে হৈছে ডাইলেনছ কেফে । প্ৰসিদ্ধ গায়ক ব’ব ডাইলেনৰ স্মৃতিত এই কেফেখনৰ নাম দিয়া হৈছে ডাইলেনছ নামেৰে।উল্লেখ্য যে প্ৰত্যেক সন্ধিয়া এই কেফেখনে কিছু লাইভ প্ৰদৰ্শনী অনুষ্ঠিত কৰে আৰু নতুন গায়কসকলক তাত গান গাবলৈ উৎসাহিত কৰে। গানৰ দৰেই এই কেফেখনৰ “chicken wings and mud pie” খাবলৈ অতি সোৱাদযুক্ত।
Swish cafe Shillong
  • চুইছ কেফে ( Swish cafe- Shillong)  –  কফিৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰথমবাৰ চিনাকী কৰাই দিয়াত মেঘালয়ৰ প্ৰথমখন কেফে হৈছে চুইছ কেফে। আনহাতে এই কেফেত ভিৰ কৰেহি স্থানীয় সংগীতজ্ঞ , গায়ক আৰু লোকপ্ৰিয় সংগীতজ্ঞ সকলে। এই কেফেখনৰ “ mac-n-cheese”, “coffee“ আৰু “pork fried rice” ইয়ালৈ অহা গ্ৰাহকৰ মাজত অতি জনপ্ৰিয়।

Little Chef Cafe
  • লিটল শ্বেফ কেফে (Little Chef Cafe)- এই কেফেখনত গ্ৰাহকে ভিৰ কৰেহি “brownies”, “fudges cakes” আৰু সংগীতৰ বাবে। উল্লেখ্য যে এই কেফেখন স্থাপিত হয় ২০০৬ চনত। ভাল সংগীতৰ লগতে এই কেফেখনত থলুৱা শাক – পাচলি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সুস্বাদু খাদ্য অতি উল্লেখনীয়।
Cafe Shillong Heritage
  • কেফে শ্বিলং হেৰিটেজ (Cafe Shillong Heritage)- শ্বিলঙৰ এই কেফেখন ইয়াত পোৱা ম’ম’ আৰু ইয়াৰ চাৰিওকাষৰ প্ৰকৃতিক দৃশ্যৰ বাবে বিখ্যাত। শ্ৰুতিমধুৰ সংগীত , আৰামদায়ক পৰিবেশ , মন্ত্ৰমুগ্ধ কৰিব পৰা দৃশ্য আৰু সুস্বাদু খাদ্য এই কেফেখনৰ প্ৰধান বৈশিষ্ট্য । উল্লেখ্য যে এই কেফেখনৰ “hazelnut coffee” ইয়াৰ ম’ম’ ৰ সমানেই সুস্বাদু আৰু গ্ৰাহকৰ মাজত জনপ্ৰিয়।
Cafe Shillong
  • কেফে শ্বিলং (Cafe Shillong)- কেফে শ্বিলং আন এখন জনপ্ৰিয় কেফে। আৰামদায়ক পৰিবেশ আৰু মধুৰ সংগীতৰ বাবেই ইয়ালৈ দৈনিক বহুত গ্ৰাহকৰ আগমন হয়। এই কেফেত পোৱা “roasted pork ribs” আৰু “Irish coffee” সেই ঠাইৰ লোকৰ মাজত বহুত জনপ্ৰিয়।
Previous Post

কেচা কঠালৰ গুড়িয়ে মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰেঃজানিবলৈ পঢ়ক

Next Post

এতিয়াও অক্ষত কে বি চিৰ জনপ্ৰিয়তাঃ কে বি চিৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকিলে আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
এতিয়াও অক্ষত কে বি চিৰ জনপ্ৰিয়তাঃ কে বি চিৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকিলে আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই

এতিয়াও অক্ষত কে বি চিৰ জনপ্ৰিয়তাঃ কে বি চিৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকিলে আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7