VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দাঁতেৰে নখ কামোৰাৰ অভ্যাস আছে নেকি ? কি উপায়েৰে হাত সাৰিব এই বদভ্যাসৰ পৰা

voicedesk by voicedesk
July 26, 2024
in জীৱন
দাঁতেৰে নখ কামোৰাৰ অভ্যাস আছে নেকি ? কি উপায়েৰে হাত সাৰিব এই বদভ্যাসৰ পৰা
0
SHARES
68
VIEWS
Share on FacebookShare on Twitter

বয়স নিৰ্বিশেষে দাঁতেৰে নখ কামোৰাৰ অভ্যাস বহুতৰে কম বেছি পৰিমাণে সাধাৰণ। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘অনিকোফেজিয়া’ বুলি কোৱা হয়। ডাঙৰ হোৱাৰ পিছতো বহুতে সৰুৰে পৰা আৰম্ভ হোৱা এই বেয়া অভ্যাস এৰিব নোৱাৰে। বহুতে অজানিতে  বিৰক্তি, উদ্বিগ্নতা বা অত্যধিক মনোনিৱেশ অনুভৱ কৰিলে দাঁতেৰে নখ কামুৰিবলৈ আৰম্ভ কৰে ৷ যদিও এই অভ্যাসে সাময়িক তৃপ্তি দিয়ে, তথাপিও ই শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। নখত সৰ্বাধিক বেক্টেৰিয়া থাকে। দাঁতেৰে নখ কামুৰিলে বেক্টেৰিয়া মুখলৈ স্থানান্তৰিত হয়। যাৰ ফলত পেটৰ সংক্ৰমণ হ’ব পাৰে। দাঁতেৰে নখ কাটিলে নখৰ প্ৰাকৃতিক সৌন্দৰ্য্যও নষ্ট হয়।

 

এই বেয়া অভ্যাস ৰোধ কৰিবলৈ কি কৰিব?

১) নখবোৰ ডাঙৰ হ’লে দাঁতেৰে নখ কামোৰাৰ প্ৰৱণতা বাঢ়ে। গতিকে নখবোৰ চুটিকৈ কাটি লওক। দীঘল নখতো অধিক মলি জমা হয়।

২) নখত নেইল পলিচ লগাওক । যদি আপুনি দাঁতেৰে নখ কামুৰিব বিচাৰে তেন্তে নখ পলিচৰ তিতা সোৱাদ পাব আৰু সেই কামৰ পৰা বিৰত থাকিব।

৩) নখবোৰ মাজে মাজে মেনিকিউৰ কৰক। সাৱধানে মেনিকিউৰ কৰা নখ দাঁতেৰে কামোৰাৰ আগতে দুবাৰ ভাবিবলৈ বাধ্য হ’ব ।

৪) অন্যমনস্ক হ’লে দাঁতেৰে নখ কামোৰাৰ দৰে কিছুমান বেয়া অভ্যাস জন্ম হয়। মনটো সজাগ কৰি ৰাখক। অভ্যাস সলনি কৰিবলৈ সময় লাগে। কিন্তু ধৈৰ্য্যৰে অনুসৰণ কৰিলে এদিন সফল হ’ব।

৫) দাঁতেৰে নখ কামোৰাৰ আঁৰৰ এটা কাৰণ হ’ল কিবা কাৰণত হোৱা মানসিক চাপ বা উদ্বেগ। মানসিক চাপ কম কৰিবলৈ ধ্যান, প্ৰাণায়াম, যোগাসন কৰক। শৰীৰ আৰু মন দুয়োটাই  ভাল হ’ব।

Previous Post

নাই পতাকা, নাই জাতীয় সংগীত! এইবাৰৰ অলিম্পিকত অংশগ্ৰহণ কৰিব ৩৭ গৰাকী শৰণাৰ্থীয়ে

Next Post

ৰাছিয়াৰ পাছত এইবাৰ মোদীয়ে ভ্ৰমণ কৰিব ইউক্ৰেইন, জেলেনস্কিৰ সৈতে মিলিত হ’ব বৈঠকত

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰাছিয়াৰ পাছত এইবাৰ মোদীয়ে  ভ্ৰমণ কৰিব ইউক্ৰেইন, জেলেনস্কিৰ সৈতে মিলিত হ’ব বৈঠকত

ৰাছিয়াৰ পাছত এইবাৰ মোদীয়ে ভ্ৰমণ কৰিব ইউক্ৰেইন, জেলেনস্কিৰ সৈতে মিলিত হ’ব বৈঠকত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7