VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

য’তে ততে ফোন চার্জত দিয়ে নেকি ? সাৱধান নহ’লে কি বিপদৰ সন্মুখীন হ’ব আপুনি ?

voicedesk by voicedesk
July 22, 2024
in জীৱন
য’তে ততে ফোন চার্জত দিয়ে নেকি ? সাৱধান নহ’লে কি বিপদৰ সন্মুখীন হ’ব আপুনি ?
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

মোবাইল এতিয়া আমাৰ অহৰহ সংগী। পুৱাৰ এলাৰ্মৰ পৰা আৰম্ভ কৰি ফিটনেছ ট্ৰেকিংলৈকে, বন্ধুৰ পৰা অহা মেছেজলৈকে অফিচৰ মেইললৈকে সকলো এতিয়া মোবাইল ফোনত। মোবাইল অবিহনে এদিনো কটোৱাটো আমাৰ বাবে কঠিন ৷ যেতিয়া মোবাইলৰ চাৰ্জ অলপ কমি যায় তেতিয়া বহুলোক চিন্তিত হৈ পৰে। গতিকে বেছিভাগ সময়তে ফোনটোত চার্জ দি থাকে ৷কিন্তু সকলো সময়তে মোবাইল চাৰ্জ কৰাটো বেটাৰীৰ বাবে ভাল নহয়। ইয়াৰ ফলত ম’বাইলৰ বেটাৰী সোনকালে নষ্ট হ’ব।

 

মোবাইলৰ বেটাৰী কেনেকৈ ব্যৱহাৰ কৰিব?

১) যদি মোবাইলত ২০ শতাংশ চাৰ্জ আছে তেন্তে কেৱল চাৰ্জ কৰক।

২) ৮০ শতাংশ চাৰ্জ হ’লে চাৰ্জাৰটো আঁতৰাই দিব লাগে।

৩) গোটেই ৰাতি মোবাইল চাৰ্জ নকৰিব।

৪) মোবাইলৰ বেটাৰী গৰম হ’লে লগে লগে চাৰ্জাৰৰ প্লাগ বন্ধ কৰি দিব।

৫) নতুন ফোনটো বাৰে বাৰে চাৰ্জ নকৰিব, ই বেটাৰীৰ ক্ষতি কৰিব।

 

আধুনিক মোবাইল চাৰ্জিঙৰ বাবে ব্যৱহৃত কেবল আৰু ইউএছবি ডিভাইচসমূহে চাৰ্জিঙৰ লগতে ডাটা ট্ৰেন্সফাৰ সমৰ্থন কৰে। এই কাৰণেই ফোনটো চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰা একেটা কেবল ব্যৱহাৰ কৰি ডাটা এক্সচেঞ্জৰ বাবে কম্পিউটাৰ বা লেপটপৰ সৈতে সংযোগ কৰা হয়। চাইবাৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে এনে কেবল আৰু পাৰ্টছ ব্যৱহাৰ কৰি নিজ নিজ ফোনসমূহৰ সকলো তথ্য অতি সহজে চুৰি কৰিব পৰা যায়। আনকি ফোনটো হেক কৰাটোও অসম্ভৱ নহয়। ফলত একাধিক গোপনীয় তথ্য ফাদিল হ’ব পাৰে ৷ লগতে ব্যক্তিগত তথ্য যেনে নথি-পত্ৰ আৰু ফটোও হেৰাই যাব পাৰে। গতিকে যান-বাহনৰ ডিপো, ষ্টেচন চৌহদ, বিমানবন্দৰ, অৰ্থাৎ য’ত যান-জঁট বেছি হয়, তেনে ঠাইত ফোনটো চাৰ্জ নকৰিলে ভাল। হোটেলতো ফোনটো চাৰ্জ কৰাৰ আগতে সাৱধান হওক। প্লাগৰ সৈতে কোনো ডিভাইচ সংযুক্ত হৈছে নে নাই পৰীক্ষা কৰক।

Previous Post

পুনৰ অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা! পাক ব’ৰ্ডে বিদেশৰ মাটিত খেলাৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা

Next Post

বাইডেনৰ স্থানত কোন হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ?নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ ডেম’ক্ৰেটিক শিবিৰে কি কৰিব লাগে?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
বাইডেনৰ স্থানত কোন হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ?নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ ডেম’ক্ৰেটিক শিবিৰে কি কৰিব লাগে?

বাইডেনৰ স্থানত কোন হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ?নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ ডেম’ক্ৰেটিক শিবিৰে কি কৰিব লাগে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7