VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে কি খাদ্য খাব লাগে জানেনে বাৰু ?

voicedesk by voicedesk
October 28, 2022
in জীৱন
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
0
SHARES
202
VIEWS
Share on FacebookShare on Twitter

শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যগংৰ ভিতৰত চকু অন্যতম গুৰুত্বপূৰ্ণ অংগ। চকুজুৰি ভালে ৰাখিবলৈ আমি কিছুমান নিয়ম মানি চলিব লাগে। কিছুমান ভিটামিন যুক্ত খাদ্যই আমাৰ চকুজুৰিৰ সমস্যা নোহোৱাকৈ ৰাখিব পাৰেঁ–
১) স্যালমন মাছ :- (সাগৰীয় মাছ)
এইবিধ খাদ্য চকুৰ বাবে অত্যন্ত উপকাৰী। স্যেলমন মাছত ওমেগা থ্ৰি , ফেটি এচিড থকাৰ বাবে চকুৰ ৰেটিনাৰ বাবে অতি উপকাৰী। এইবিধ খাদ্যখালে ৰেটিনাৰ উপৰিও চকুৰ শুস্কভাৱ দূৰ কৰে।
২) কণী :-
কণী চকুৰ বাবে অত্যন্ত উপকাৰী। কণীত প্ৰচুৰ পৰিমাণে ভিটামিন এ’ , লিউটিন , জেক্সোথিন আৰু জিংক থাকে। বয়স বৃদ্ধিৰ লগে লগে হোৱা চকুৰ সমস্যাৰ এই উপাদান সমূহে সমাধান কৰে। ইয়াৰ ফলত চকুৰ ছানি পৰা ৰোগৰ পৰাও সকাহ পায়।
৩) বাদাম :-
বাদাম , কাঠ বাদাম , কাজু বাদাম আদি যিকোনো বাদাম খোৱা চকুৰ কাৰণে উপকাৰী। এই বাদামবোৰত ভিটামিন ই’ থাকে। নিয়মিত ভাৱে এই খাদ্যবোৰ খালে চকুৰ ছানি পৰা বেমাৰৰ উপৰিও চকুৰ আন সমস্যা সমূহৰ সমাধান হয়।
৪) সুমথিৰা বা নেমু টেঙা :-
সুমথিৰা , নেমু বা আন যি কোনো টেঙাত ভিটামিন চি’ থাকে। নেমুৰ ৰস উলিয়াই বা অন্য টেঙা খালে শৰীৰক ভালে ৰখাৰ উপৰিও চকুৰ ছানি পৰা ৰোগৰ পৰা ৰক্ষা কৰে।
৫) গাজৰ :-
গাজৰ চকুৰ কাৰণে অতি উপকাৰী। গাজৰত ভিটামিন এ’ আৰু বিটা ক্যাৰোটিন থাকে। শৰীৰৰ বাবে উপকাৰী হোৱাৰ লগতে চকুৰ সংক্ৰমণ বা চকুৰ কোনো ডাঙৰ ৰোগৰ পৰা বচাই ৰাখে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7