VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘেঁহুৰ আটাৰ ৰুটি খালে বুকু জ্বলা-পোৰা কৰে নেকি ! বিকল্প হিচাপে কি খাব?

voicedesk by voicedesk
April 30, 2024
in জীৱন
ঘেঁহুৰ আটাৰ ৰুটি খালে বুকু জ্বলা-পোৰা কৰে নেকি ! বিকল্প হিচাপে কি খাব?
0
SHARES
601
VIEWS
Share on FacebookShare on Twitter

এসাঁজ ভাত আৰু এসাজ ৰুটি। খাদ্য সম্পৰ্কীয় এই নিয়ম বহু ঘৰত পালন কৰা হয়। বহু ঘৰত ব্ৰেকফাষ্টত ৰুটি আন কোনো তৰকাৰী খোৱাৰ প্ৰথাও আছে।  গৰমৰ দিনত বহুলোকে ৰুটি খাবলৈ ভয় কৰে।বহুলোকৰ ঘেঁহুৰ ৰুটি খালে বুকু জ্বলা পোৰা কৰাৰ লগতে শাৰিৰীক সমস্যাৰ সৃষ্টি হয় ৷ কিন্তু এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে। ঘেঁহুৰ বিকল্প ব্যৱহাৰ কৰি ৰুটি তৈয়াৰ কৰিব পাৰি, যিবোৰ সহজে হজম হয়।

 

১. গোটা শস্যৰ পৰা তৈয়াৰী আটাৰ ৰুটি:

পুষ্টিবিদসকলৰ মতে বাজৰা, ওটচ, যৱ মিহলাই তৈয়াৰ কৰা আটা আন্ত্ৰিক অংশ সুস্থ কৰি ৰাখিবলৈ সৰ্বোত্তম। আঁহ, প্ৰটিন আৰু বিভিন্ন ভিটামিনেৰে সমৃদ্ধ এই আটা খালে ওজন বৃদ্ধিৰ কোনো আশংকা নাথাকে। পাচনতন্ত্ৰৰ সমস্যা থাকিলে ঘেঁহুৰ আটাৰ সলনি গোটা শস্যৰ আটাৰে তৈয়াৰী ৰুটি খাব পাৰে।

 

২. বেচন ৰুটি বা চিল্লা:

আঁহযুক্ত, বিভিন্ন খনিজ পদাৰ্থ, প্ৰটিন, আইৰণ আৰু জিংকযুক্ত বেচনৰ আটা ওজন নিয়ন্ত্ৰণত সহায়ক। বেচনে সামগ্ৰিক স্বাস্থ্যৰ যত্ন লোৱাতো সহায় কৰে।

 

৩. বাজৰা ৰুটি:

ঘেঁহুৰ বিকল্প হিচাপে বাজৰা বা ‘পাৰ্ল বাজৰা’ ব্যৱহাৰ কৰিব পাৰি। আঁহ, আইৰণ, মেগনেছিয়াম আৰু বিভিন্ন এন্টিঅক্সিডেন্টৰে সমৃদ্ধ বাজৰাৰ আন্ত্ৰিক অংশ সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও পাচনতন্ত্ৰৰ বিকাৰো নিৰাময় কৰে। বাজৰাৰ ৰুটিয়েও তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

 

Previous Post

প্ৰচণ্ড বৰষুণ-তুষাৰপাত-ভূমিস্খলনত বিধ্বস্ত জম্মু-কাশ্মীৰ, বন্ধ হৈ পৰিল কেইবাটায়ো পথ

Next Post

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সমীক্ষা , ড’নাল্ড ট্ৰাম্পে অতিক্ৰম কৰিলে বাইডেনক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সমীক্ষা , ড’নাল্ড ট্ৰাম্পে অতিক্ৰম কৰিলে বাইডেনক

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সমীক্ষা , ড’নাল্ড ট্ৰাম্পে অতিক্ৰম কৰিলে বাইডেনক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7