VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

voicedesk by voicedesk
June 1, 2023
in জীৱন
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
0
SHARES
72
VIEWS
Share on FacebookShare on Twitter

খাবলৈ মন নাথাকিলেও বহু অজুহাতত মিঠা খাদ্য খাবলগীয়া হয় ৷ কেতিয়াবা সহকৰ্মীৰ জন্মদিনৰ কেক, কেতিয়াবা কৰ্মস্থলীৰ পৰা আহি মাজনিশাৰ চকলেট। আপুনি এইটোও জানে যে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে দৈনন্দিন খাদ্যত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব। কিন্তু মিঠা খাদ্য দেখিলে হেপাহটো একেবাৰেই চম্ভালিব নোৱাৰি। প্ৰয়োজনতকৈ বেছি চেনি খোৱাৰ ফলত তেজৰ শর্কৰাৰ পৰিমাণ বৃদ্ধি পায়। ফলত হৃদযন্ত্ৰ, বৃক্কৰ সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে। কিন্তু চিকিৎসকে কয় যে মিঠা খাদ্য খালে তেজৰ শর্কৰা বৃদ্ধি হ’ব বুলি ধাৰণাটো শুদ্ধ নহয়। বহুতে নিজৰ মিঠাইৰ প্ৰতি লোভ আৰু স্বাস্থ্যৰ যত্ন ল’বলৈ কৃত্ৰিম মিঠাইৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এই কৃত্ৰিম চেনি দীৰ্ঘদিন সেৱন কৰিলে অজানিতে টাইপ ২ ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে, পুষ্টিবিদসকলৰ মতে, যদি আপুনি হঠাতে মিঠাই খাব বিচাৰে, তেন্তে ৰিফাইন চেনি বা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা দিয়া কৃত্ৰিম চেনিৰ সলনি প্ৰাকৃতিক চেনি বা ফ্ৰুক্ট’জ থকা ফল খাব পাৰে।

 

১) আম

পকা আমত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক শর্কৰা থাকে। ইয়াৰ উপৰিও ইয়াত বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। গতিকে হঠাৎ যদি মিঠাই খাবলৈ মন যায় তেন্তে এই স্বাস্থ্যকৰ ফলটো খাব পাৰে। কিন্তু পুষ্টিবিদসকলে কয়, আম খাব লগা হ’লে সন্ধিয়া ৫ বজাৰ আগতে খোৱাই ভাল।

 

২) নাচপতি

প্ৰতিদিনে এটাকৈ নাচপতি খালে তেজৰ শর্কৰাৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ফলত হঠাতে তেজৰ শর্কৰাৰ অভাৱ বা বৃদ্ধি হ’লে যি ধৰণৰ সমস্যা হ’ব পাৰে, সেইবোৰ বহুখিনি প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ উপৰিও নাচপতিত আঁহৰ পৰিমাণ অতি বেছি, যাৰ ফলত তেজৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

 

৩) তৰমুজ

তৰমুজৰ মিঠাৰ পৰিমাণ বেছি। গতিকে বহুতে ভাবে যে এই ফল খালে তেজৰ শর্কৰাৰ পৰিমাণ বৃদ্ধি পাব পাৰে। অৱশ্যে পুষ্টিবিদসকলে  নিশ্চিন্ত ভাৱে তৰমুজ খাবলৈ পৰামর্শ প্ৰদান কৰে ৷  মিঠাই খোৱাৰ প্ৰৱণতা বহু পৰিমাণে কমি যায়।

 

৪)মধুৰিআম

পুষ্টিবিদসকলে কয় যে নিয়মিতভাৱে এটা মধুৰিআাম খালেও তেজৰ শর্কৰাৰ মাত্ৰা মধুৰিআমত আঁহৰ পৰিমাণ বেছি, যিয়ে অন্ত্ৰৰ স্বাস্থ্যৰ যত্নও লয়। সুস্থ আন্ত্ৰই বিপাকীয় ক্ৰিয়া উন্নত কৰে।

 

 

Previous Post

অহা বছৰ আৰম্ভ হ’ব সেৱক-ৰংপো ৰে’ল, চীন সীমান্তৰ নাথুলালৈ চলিব ৰেল

Next Post

প্ৰেৰণা দায়িনী সৰস্বতী ড° নিৰ্মল প্ৰভা বৰদলৈৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰেৰণা দায়িনী সৰস্বতী ড° নিৰ্মল প্ৰভা বৰদলৈৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

প্ৰেৰণা দায়িনী সৰস্বতী ড° নিৰ্মল প্ৰভা বৰদলৈৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7