VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কণমানিটোৱে নতুনকৈ খাবলৈ শিকিছে নেকি? ৫ বিধ খাদ্য ভূলতেও নিদিব

voicedesk by voicedesk
June 29, 2024
in জীৱন
কণমানিটোৱে নতুনকৈ খাবলৈ শিকিছে নেকি?  ৫ বিধ খাদ্য ভূলতেও নিদিব
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

পিতৃ-মাতৃয়ে সন্তানক  নিজৰ হাতেৰে খাবলৈ শিকাবলৈ তেওঁলোকক বিভিন্ন খাদ্য খাবলৈ দিয়ে ৷ কিন্তু এই ক্ষেত্ৰত অভিভাৱকসকলে অলপ সাৱধান হোৱাটো জৰুৰী। কেঁচুৱাটোৰ ডিঙিত খাদ্য আবদ্ধ হৈ পৰিলে ভীষণ সমস্যাৰ সৃষ্টি হ’ব পাৰে । কণমানিটোৱে যেতিয়া নিজৰ হাতেৰে খাবলৈ আৰম্ভ কৰে তেতিয়া কিছুমান খাদ্য তেওঁক দিয়া উচিত নহয়। কিন্তু এই উপদেশ পালন নকৰিলে মাজে মাজে বিপদ আহিব পাৰে।

আঙুৰ: শিশুক গোটা আঙুৰ হাতত নিদিব ৷ আঙুৰ টুকুৰা টুকুৰকৈ কাটি দিব । অন্যথা এই ফল  ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকা থাকে।

 

পপকৰ্ণ: কেতিয়াবা আমি চিনেমা চাই পপকৰ্ণ খাওঁ। কিন্তু শিশুৰ হাতত পপকৰ্ণৰ বাটি এটা দিয়াৰ আগতে সাৱধান হওক। পপকৰ্ণ শুকান, যাৰ গুটি শিশুৰ ডিঙিত প্ৰৱেশ কৰিলে বিপদজনক হ’ব পাৰে।

 

কেণ্ডি: শিশুৱে ৰঙীন কেণ্ডি খাবলৈ ভাল পায়। কিন্তু তেওঁলোকৰ হাতত কেণ্ডি তুলি দিয়াৰ আগতে সাৱধান হওক। বেছি ডাঙৰ আৰু কঠিন কেণ্ডি ডিঙিত আবদ্ধ হৈ পৰিব পাৰে।

 

বাদাম: শিশুক যিকোনো ধৰণৰ বাদাম, যেনে কাজু, আলমণ্ড, বাদাম দিয়াৰ আগতে সাৱধান হওক। কিন্তু এইবোৰে শিশুৰ ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকাও সৃষ্টি হ’ব পাৰে।

 

চ্যুইংগাম: অতি সৰু ল’ৰা-ছোৱালীৰ হাতত চ্যুইংগাম নিদিব ৷ এনে খাদ্য তেওঁলোকৰ ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকা অতি বেছি।

Previous Post

শনিবাৰে বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা কিমান ? বাৰ্বাডোছত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলখনত হ’ব নেকি বিঘ্নিত?

Next Post

কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ সন্মুখত জাৰ্মানী, পৰাজিত জর্জিয়া

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ সন্মুখত জাৰ্মানী, পৰাজিত জর্জিয়া

কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ সন্মুখত জাৰ্মানী, পৰাজিত জর্জিয়া

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7