VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰিকলৰ লাড়ু খাই ভাল পায় নিশ্চয় ? শক্তিকাৰক নাৰিকলৰ বিষয়ে জানো আহকচোন

voicedesk by voicedesk
March 4, 2022
in জীৱন
নাৰিকলৰ লাড়ু খাই ভাল পায় নিশ্চয় ? শক্তিকাৰক নাৰিকলৰ বিষয়ে জানো আহকচোন

Artistic Plate With Coconuts

0
SHARES
187
VIEWS
Share on FacebookShare on Twitter

নাৰিকল বুলি ক’লে মনত পৰে নাৰিকলৰ লাড়ুৰ কথা।লাড়ুৰ উপৰিও নাৰিকলৰ পিঠা , চিৰা আদি খাবলৈ অতি সোৱাদময়।
ইংৰাজী নাম ঃ Coconut
বৈজ্ঞানিক নাম ঃCocos nucifera
নাৰিকল এবিধ সুস্বাদু ফল। নাৰিকল আমি তিনিটা অৱস্থাত পাব পাৰোঁ। কুমলীয়া , পূৰঠ আৰু শুকান এই তিনিওটা অৱস্থাতে নাৰিকলে আমাৰ বহুত উপকাৰ কৰি আহিছে-
কুমলীয়া নাৰিকল শক্তিকাৰক। ডাব নাৰিকলৰ পানী শীতল স্নিগ্ধ।এই পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰি সোনকালে ভোক লগোৱাত সহায় কৰে। ডাবৰ পানী লঘুপাকী আৰু তৃপ্তিকৰ। ই পিত্তৰোগ নাশ কৰাত সহায় কৰে। গৰমৰ দিনত আন শীতল পানীয় খোৱাতকৈ আমি ডাব নাৰিকলৰ পানী খোৱা উচিত। ডাবৰ পানীয়ে পিয়াহ গুচোৱাৰ লগতে অম্লপিত্ত ৰোগৰ কাৰণে উপকাৰী। ডাবৰ পানীয়ে শুক্ৰ বৃদ্ধি কৰাৰ লগতে কৃমি নাশ কৰে।
শুকান নাৰিকল পুষ্টিকৰ আৰু তেজদোষনাশক। এই নাৰিকলে বাত , পিত্তৰোগ নাশ কৰিব পাৰে। পাকস্থলী পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে নাৰিকল অতি প্ৰয়োজনীয়। বেমাৰী লোকে শৰীৰত শক্তি পাবলৈ নাৰিকল খাব লাগে। সুস্থ অৱস্থাত নাৰিকলে আমাৰ শৰীৰত যথেষ্ট শক্তি দিয়ে।
নাৰিকলৰ পৰা নাৰিকলৰ তেল প্ৰস্তুত কৰা হয়। এই তেল চুলিত লগালে চুলি বৃদ্ধি পায় আৰু সৌন্দৰ্য বৃদ্ধি পায়। নাৰিকলৰ তেলে ঘা শুকোৱাত সহায় কৰে। শ্বাস , কাহ আৰু যক্ষাৰোগৰ কাৰণে নাৰিকলৰ তেল উপকাৰী। আমাৰ দেহৰ কাৰণে প্ৰয়োজনীয় ‘ক’ , ‘খ’ আৰু ‘ঘ’ খাদ্যপ্ৰাণ পোৱা যায়। কাৰ্ব’হাইড্ৰেট আদিও নাৰিকলত যথেষ্ট পৰিমাণে পোৱা যায়।
নাৰিকলত প্ৰ’টিন , কেলচিয়াম , পটাচিয়াম , ফছফোৰাছ , আইৰণ থকাৰ উপৰিও আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয় উপাদান নিয়াচিন , বায়’টিন , থায়ামিন , পাইৰিড’ক্সিন আৰু ফলিক এচিদ যথেষ্ট পৰিমাণে পোৱা যায়।

Previous Post

মেডিকেল শিক্ষা, অপাৰেশ্বন গংগা আৰু ভৱিষ্যৎ

Next Post

প্ৰাতঃস্মৰণীয় – আজি ‘বনফুল’ৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ওপজা দিন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰাতঃস্মৰণীয় – আজি ‘বনফুল’ৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ওপজা দিন

প্ৰাতঃস্মৰণীয় - আজি 'বনফুল'ৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ওপজা দিন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7