VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পিয়াঁজ আমি প্ৰায় সকলোৱে খাওঁ। কিন্তু পিয়াঁজৰ বিষয়ে জানোনে বাৰু ?

voicedesk by voicedesk
December 5, 2022
in জীৱন
পিয়াজে হ্ৰাস কৰে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা, নতুন অধ্যয়নে  পোহৰলৈ আনিছে  তথ্যঃআৰু কি কি উপকাৰিতা আছে পিয়াঁজৰ ?
0
SHARES
83
VIEWS
Share on FacebookShare on Twitter

পিয়াঁজ এবিধ মছলা জাতীয় উদ্ভিদ।সমগ্ৰ ভাৰত বৰ্ষতে পিয়াঁজৰ খেতি হয়।পিয়াঁজ কাটিলে উগ্ৰ গোন্ধ আৰু চকুপানী ওলায় । ইয়াৰ বৈজ্ঞানিক নাম Onion. আমি সদায় ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পিয়াঁজৰো আছে অনেক ঔষধি গুণ।
১) পিয়াঁজে ৰক্তহীনতা দূৰ কৰে।
২) পিয়াঁজ গ্ৰহনী , কলেৰা , যক্ষা ৰোগৰ বীজাণুনাশক।
৩) কৰ্কট ৰোগৰ কোষ বৃদ্ধিত পিয়াঁজে বাধা জন্মায়।
৪) পিয়াঁজে ছালৰ ৰোগ , কাণৰ বিষ , মৃগী ৰোগ ,শুক্ৰহীনতা নাশ কৰিব পাৰে।
৫) পিয়াঁজে দেহত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বঢ়াই টনিকৰ দৰে কাম কৰে।
৬) পিয়াঁজে তপা হোৱাৰ সমস্যা দূৰ কৰে।
৭) শাৰীৰিক শক্তিৰ লগতে স্মৰণ শক্তিও পিয়াঁজে বৃদ্ধি কৰে।
৮) নিদ্ৰাহীনতাত পিয়াঁজ পুৰি ৰস খালে নিদ্ৰাহীনতা দূৰ হ’য়।
৯) দৈৰ লগত পিয়াঁজৰ ৰস খালে অম্লপিত্ত নাশ হ’য়।
১০) পিয়াঁজ টাইফয়েড ৰোগৰ বীজানুনাশক।
১১) বৰল , মৌ-মাখিয়ে বিন্ধিলে পিয়াঁজৰ ৰস লগালে বিষ উপশম হ’য়।
১২) পিয়াঁজ সৌন্দৰ্যবৰ্ধক আৰু কীটাণুনাশক।

Previous Post

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত পোহৰলৈ আহিছে আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7