পিয়াঁজ এবিধ মছলা জাতীয় উদ্ভিদ।সমগ্ৰ ভাৰত বৰ্ষতে পিয়াঁজৰ খেতি হয়।পিয়াঁজ কাটিলে উগ্ৰ গোন্ধ আৰু চকুপানী ওলায় । ইয়াৰ বৈজ্ঞানিক নাম Onion. আমি সদায় ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পিয়াঁজৰো আছে অনেক ঔষধি গুণ।
১) পিয়াঁজে ৰক্তহীনতা দূৰ কৰে।
২) পিয়াঁজ গ্ৰহনী , কলেৰা , যক্ষা ৰোগৰ বীজাণুনাশক।
৩) কৰ্কট ৰোগৰ কোষ বৃদ্ধিত পিয়াঁজে বাধা জন্মায়।
৪) পিয়াঁজে ছালৰ ৰোগ , কাণৰ বিষ , মৃগী ৰোগ ,শুক্ৰহীনতা নাশ কৰিব পাৰে।
৫) পিয়াঁজে দেহত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বঢ়াই টনিকৰ দৰে কাম কৰে।
৬) পিয়াঁজে তপা হোৱাৰ সমস্যা দূৰ কৰে।
৭) শাৰীৰিক শক্তিৰ লগতে স্মৰণ শক্তিও পিয়াঁজে বৃদ্ধি কৰে।
৮) নিদ্ৰাহীনতাত পিয়াঁজ পুৰি ৰস খালে নিদ্ৰাহীনতা দূৰ হ’য়।
৯) দৈৰ লগত পিয়াঁজৰ ৰস খালে অম্লপিত্ত নাশ হ’য়।
১০) পিয়াঁজ টাইফয়েড ৰোগৰ বীজানুনাশক।
১১) বৰল , মৌ-মাখিয়ে বিন্ধিলে পিয়াঁজৰ ৰস লগালে বিষ উপশম হ’য়।
১২) পিয়াঁজ সৌন্দৰ্যবৰ্ধক আৰু কীটাণুনাশক।