VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিচনাৰ চাদৰ কিমান সঘনাই সলনি কৰিব লাগে? যদি নকৰে,তেন্তে সমস্যাটো কি হ’ব পাৰে?

voicedesk by voicedesk
March 25, 2024
in জীৱন
বিচনাৰ চাদৰ কিমান সঘনাই সলনি কৰিব লাগে? যদি নকৰে,তেন্তে সমস্যাটো কি হ’ব পাৰে?
0
SHARES
617
VIEWS
Share on FacebookShare on Twitter

প্ৰায় সকলোৱে নিজৰ ঘৰখন সজাই ভাল পায়। কিন্তু ভিতৰৰ সজ্জা যিমানেই ভাল নহওক কিয়, পৰিষ্কাৰ-পৰিচ্ছন্ন নহ’লে সুন্দৰ সজ্জাৰ কোনো মূল্য নাই। ঘৰত থাকিলে বেছিভাগ সময় শোৱা কোঠাতেই কটোৱা হয় । আজৰি সময়ত বিচনাত বাগৰ দিবলৈ সকলোৱে ভাল পায় ৷কিন্তু কেৱল ব্যৱহাৰ কৰাই নহয়, পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে বিচনা চাদৰ ।

 

বিচনাৰ চাদৰ কিমান সঘনাই সলনি কৰিব লাগে?

 

সাধাৰণতে এসপ্তাহতকৈ অধিক সময় বিচনা চাদৰ ব্যৱহাৰ কৰিব নালাগে। সপ্তাহত এবাৰ  বিচনা চাদৰ চাফা কৰিলে ভাল। অপৰিষ্কাৰ বিচনা চাদৰত শুই থাকিলেও ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

 

একেখন বিচনা চাদৰ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ছালৰ কেনেধৰণৰ সমস্যা হয়?

 

১) কিছুমান অভ্যাস যেনে তেলযুক্ত খাদ্য খোৱা, পানী কম খোৱা, ছালৰ যত্ন নোলোৱা আদি ব্ৰণৰ সমস্যাৰ কিছুমান কাৰণ। কিন্তু এইবোৰৰ বাহিৰেও দিনৰ পিছত দিন লেতেৰা বিচনা চাদৰত শুই থাকিলেও ব্ৰণৰ সৃষ্টি হ’ব পাৰে। ধৰি লওক আপুনি বাহিৰত ওলাই যোৱাৰ পাছত ঘর্মাক্ত হৈ  ঘৰলৈ উভতি অহাৰ পিছত আপুনি বিচনাত শুই পৰিছে । সেই ঘামৰ পৰা ওলোৱা বেক্টেৰিয়াও চাদৰখনত লাগি থাকে। ছালৰ কোষত বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ব্ৰণৰ সৃষ্টি হয়। যিসকলৰ ব্ৰণৰ সমস্যা আছে তেওঁলোকৰ বাবে সপ্তাহত দুবাৰকৈ বিচনা  চাদৰ সলনি কৰিলে ভাল।

 

২) একেখন বিচনা চাদৰ বহুদিন চাফা নকৰাকৈ ব্যৱহাৰ কৰিলে ছালত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা থাকে। অস্বাস্থ্যকৰ অভ্যাসে বসন্ত ৰোগৰ বিপদ বৃদ্ধি কৰে। কিন্তু বসন্তৰ বাবে নহয়, বছৰটোৰ ভিতৰত সঘনাই বিচনা চাদৰ সলনি কৰাটো গুৰুত্বপূৰ্ণ।

 

 

বিচনাৰ চাদৰ কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব?

১) বাহিৰৰ পৰা উভতি আহি গা ধুইহে শুই বিচনাত উঠাৰ অভ্যাস গঢ়ি তোলক।

২) ঘর্মাক্ত শৰীৰেৰ বিচনাত নাযাব।

৩) মেকআপ আঁতৰাই শুৱা অভ্যাস কৰক

৪) শোৱাৰ আগতে মুখ, হাত আৰু ভৰিত ক্ৰীম লগাব নালাগে।

৫) বিচনাত খোৱাৰ অভ্যাস থাকিলে সেই অভ্যাস সলনি কৰক। মোজা পিন্ধি শুবলৈ নাযাব।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

জেএনইউ ছাত্ৰ পৰিষদৰ ফলাফল ঘোষণা, চাৰিটা পদত বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থীৰ জয়লাভ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
জেএনইউ ছাত্ৰ পৰিষদৰ ফলাফল ঘোষণা, চাৰিটা পদত বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থীৰ জয়লাভ

জেএনইউ ছাত্ৰ পৰিষদৰ ফলাফল ঘোষণা, চাৰিটা পদত বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থীৰ জয়লাভ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7