VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফোন নম্বৰ নথিভুক্ত নথকাকৈ কিদৰে ডাউনলোড কৰিব আধাৰ কাৰ্ড জানো আহক

voicedesk by voicedesk
September 10, 2021
in জীৱন, সমাজ
ফোন নম্বৰ নথিভুক্ত নথকাকৈ কিদৰে ডাউনলোড কৰিব আধাৰ কাৰ্ড জানো আহক
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ইউনিক আইডেন্টিফিকেচন অথ’ৰিটি অৱ ইণ্ডিয়াই (UIDAI) আগবঢ়াইছে এক বিশেষ সুবিধা। সুবিধা অনুযায়ী ফোন নম্বৰ নথিভুক্ত নথকাকৈ ডাউনলোড কৰিব পাৰি আধাৰকাৰ্ড। আধাৰ সংস্থাৰ অফিচিয়েল ৱেবচাইট  uidai.gov.in লৈ গৈ যিসকল লোকৰ ফোন নম্বৰ নথিভুক্ত নাই ,সেইসকলে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব।

নথিভুক্ত ফোন নম্বৰ নাথাকিলেও কিদৰে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰি সেই বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

  • ইউনিক আইডেন্টিফিকেচন অথ’ৰিটি অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইট uidai.gov.in লৈ যাব লাগিব।
  • তাত থকা ‘My Aadhaar’ ৰ অপচনৰ ‘Order Aadhaar reprint’ ত ক্লিক কৰিব লাগিব।
  • ১২ টা ডিজিটৰ আধাৰ নম্বৰ বা ১৬ টা ডিজিটৰ ভাৰ্চুৱেল আইডেন্টিফিকেচন নম্বৰ তাত লিখিব লাগিব।
  •  ইয়াৰ পাছত ক্যেপচা ক’ড দিব লাগিব ।
  • ‘My mobile is not registered’ এই অপচনত ক্লিক কৰিব লাগিব। ইয়াৰ পাচত বিকল্প বা নথিভুক্ত নকৰা মোবাইল নম্বৰ দিব লাগিব।
  • ইয়াৰ পাছত ‘Terms and Conditions’ আৰু ‘Send OTP’ অপচনত ক্লিক কৰিব লাগিব।
  • এই সমগ্ৰ তথ্য ‘Submit’ কৰিব লাগিব।
  • এই কাম সম্পূৰ্ণ হোৱাৰ পাছত এখন নতুন পেজ খোল খাব য’ত থকা ‘Preview Aadhaar Letter for further verification for reprint’ অপচনত ক্লিক কৰিব লাগিব। 
  • ‘Make Payment’ ত ক্লিক কৰাৰ পাচত পিডিএফ ডাউনলোড কৰাৰ বাবে ডিজিটেল স্বাক্ষৰ দিব লাগিব।
  • ইয়াৰ পাছত এছ এম এছৰ জৰিয়তে চাৰ্ভিচ ৰিয়েক্টৰ নম্বৰ পোৱা যাব য’ত নিজৰ আধাৰ কাৰ্ডৰ বিষয়ে জানিব পাৰিব লোকসকলে।
Previous Post

গুৱাহাটীৰ ৰেভ পাৰ্টীত অভিযুক্ত ৭ জনক জামিন প্ৰদানঃ ৫ জনৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

Next Post

ঔষধিযুক্ত নাৰ্জী ফুলৰ খেতিৰেও মুকলাব পাৰি উপাৰ্জনৰ পথ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ঔষধিযুক্ত নাৰ্জী ফুলৰ খেতিৰেও মুকলাব পাৰি উপাৰ্জনৰ পথ

ঔষধিযুক্ত নাৰ্জী ফুলৰ খেতিৰেও মুকলাব পাৰি উপাৰ্জনৰ পথ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7