VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰন্ধনত সোৱাদ অনাই নহয়, ছালৰ সমস্যা নাইকিয়া কৰাতো উপযোগী লং ?

voicedesk by voicedesk
July 16, 2024
in জীৱন
ৰন্ধনত সোৱাদ অনাই নহয়,  ছালৰ সমস্যা নাইকিয়া কৰাতো উপযোগী লং ?
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

চৰ্দি আৰু ডিঙিৰ বিষৰ বাবে লং ঘৰুৱা ঔষধ। ডিঙিৰ মৃদু বিষ হ’লে গৰম পানীত লং দি গাৰ্গল কৰিলে সকাহ পাব। দাঁতৰ বিষ হওক বা শুকান কাহ, লঙে উপশম দিব পাৰে। ৰন্ধা-বঢ়াতো লং ব্যৱহাৰ কৰা হয়। বিৰিয়ানী হওক বা  মাংসৰ ব্যঞ্জন হওক – লং যোগ কৰিলে সোৱাদ সলনি হয়। লঙৰ বহু উপকাৰ আছে । কেবল খোৱা বোৱাৰ ক্ষেত্ৰতে নহয়, সৌন্দৰ্য্য চর্চাতো আছে ইয়াৰ গুৰুত্ব।

 

ব্ৰণৰ পৰা মুক্তি পাবলৈ লং তেল ব্যৱহাৰ কৰিব পাৰে। এই তেলত এন্টিচেপ্টিক গুণ আছে, যিয়ে গুৰিৰ পৰা ব্ৰণ ভাল কৰে। ব্ৰণ ভাল হ’লেও দাগবোৰ থাকে। লং তেলে ব্ৰণৰ দাগ ম্লান কৰে। শুকান ছালৰ বাবে লং তেল অতি উপযোগী । শুকান ছালত অতিৰিক্ত যত্নৰ প্ৰয়োজন। তেনে ক্ষেত্ৰত ব্যৱসায়িকভাৱে উপলব্ধ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে লং তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ছালত কোনো পাৰ্শ্বক্ৰিয়া নাই।

 

১)দিনত যেতিয়াই যিকোনো মইশ্ব’ৰাইজাৰ বা যিকোনো ক্ৰীম লগাব তেতিয়াই তাৰ লগত লং তেল ২-৩ টোপাল মিহলাই লওক। ইয়াৰ পিছত মুখত লগাব। দৈনিক এই অভ্যাস বজাই ৰাখক।

২) নাৰিকল তেল ছালৰ যত্নত অতি উপকাৰী। ব্ৰণ থকা ঠাইত ১০-১২ টোপাল নাৰিকল তেল ৩-৪ টোপাল লং তেল মিহলাই লগাব লাগে। ৰাতিটো লগোৱাৰ পাছত  ধুই পেলাব। ইয়াৰ বাহিৰেও নাৰিকল তেল মিহলাই কেইটোপালমান লং তেল গোটেই মুখত লগাব পাৰে। তেনে অৱস্থাত বিশ মিনিট ৰাখি পানীৰে ধুই পেলাওক। যদি আপুনি অলিভ অইল বা জজোবা অইল ব্যৱহাৰ কৰাত অভ্যস্ত তেন্তে ইয়াৰ লগত লং তেল মিহলাই লব পাৰে। ঘৰুৱা পেকৰ লগতে লং তেল প্ৰয়োগ কৰিব পাৰি। যি পেক ব্যৱহাৰ কৰক, তাত লং তেল কেইটোপালমান দি ছালত লগাওক। ব্ৰণৰ সমস্যা কমি যাব।

৩) বহুতে ছালৰ সুস্বাস্থ্য ঘূৰাই আনিবলৈ ভিটামিন ই কেপচুল ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত ভিটামিন ই কেপচুল এটা কাটি তাৰ লগত লং তেল ২-৩ টোপাল মিহলাই ছালত লগাব লাগে। ই ছালখন কোমল কৰি তুলিব।

Previous Post

আম্বানীৰ বিয়ালৈ ছলমান খানে পিন্ধি অহা ১৩০ টা হীৰাখচিত ঘড়ীৰ দাম কিমান জানেনে ?

Next Post

কলকাতাত অসম সাহিত্য সভাৰ শাখা সভা গঠন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কলকাতাত অসম সাহিত্য সভাৰ শাখা সভা গঠন

কলকাতাত অসম সাহিত্য সভাৰ শাখা সভা গঠন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7