VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বাস্থ্যৰ বাবে অপকাৰী চালানী মাছঃ হ’ব পাৰে মৃত্যুৰ কাৰণ

voicedesk by voicedesk
September 23, 2021
in জীৱন
স্বাস্থ্যৰ বাবে অপকাৰী চালানী মাছঃ  হ’ব পাৰে মৃত্যুৰ কাৰণ
0
SHARES
74
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ লগতে অসমতো বাঢ়িছে চালানী মাছৰ চাহিদা। চালানী মাছৰ গোন্ধই অশান্তি দিলেও কিন্তু বেছিভাগ মানুহে এই মাছেই কিনি খায়। কিন্তু এই চালানী মাছবোৰ কিমান যে  বিষাক্ত সেই কথা হয়তো বহুতে নাজানে।  অজানিতে অথবা লোভ সামৰিব নোৱাৰি এই মাছ ভক্ষণ কৰি আহিছে বহুতো লোকে‌।

চালানী মাছবোৰ বিক্ৰী কৰিবলৈ পঠোৱাৰ আগত ফৰ্মেলডিহাইদ নামৰ এক পদাৰ্থ সানি দিয়া হয় । ফৰ্মেলডিহাইদ সানিলে মাছ নপচে আৰু নেগেলে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত শৱচ্ছেদন কৰা মৃতদেহ সংৰক্ষণৰ কাৰণে এই ফৰ্মেলডিহাইদ ব্যৱহাৰ কৰা হয় ।

তাৰোপৰি মাছৰ পেটৰ ভিতৰত তেজৰ দৰে ৰঙা এবিধ ৰাসায়নিক জুলীয়া পদাৰ্থ ভৰাই দিয়া হয় যাতে গ্ৰাহকে লোকেল মাছ বুলি ভাবে।


চালানী মাছৰ পৰা বহুতো অপকাৰ হ’ব পাৰে । ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

  • চালানী মাছত ব্যৱহৃত ফৰ্মেলডিহাইদৰ কাৰণে লিভাৰ কোষৰ ক্ষতি হোৱা বাবে নানা ধৰণৰ লিভাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
  • একেৰাহে এই বিষাক্ত মাছ খালে কৰ্কট বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে।
  • চালানী মাছৰ বিষাক্ত পদাৰ্থ তেজত মিহলি হোৱাৰ পিছত তাৎক্ষণিক ভাৱে এলাৰ্জী আৰু চালৰ ৰোগ হ’ব পাৰে।
  • চালানী মাছৰ পৰা তেজত ইউৰিক এচিদ বাঢ়ি গাউট নামৰ গাঠিৰ বিষ হয় ।
  • শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ হয়।
  • মুখগহ্বৰত ঘা উৎপত্তি হয়, ক্ৰমে মুখৰ ঘাঁ বাঢ়িবলৈ ধৰে আৰু চিকিৎসা কৰিলেও দেৰিকৈ ভাল হয়। কেতিয়াবা এই ঘাঁবোৰৰ পৰা মুখৰ ভিতৰত কেঞ্চাৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।
  • পেটৰ ৰোগ যেনে পেটফুলে, বুকু জ্বলা-পোৰা , টেঙাপানী, বদহজম , পাতল শৌচ হয়। ইয়াৰ পৰা ফুড পইজনিং ও হ’ব পাৰে।
  • চালানী মাছ একেৰাহে কিছুদিন খালে ক্ৰণিক ডিছেন্ট্ৰীৰ দৰে লক্ষণে দেখা দিয়ে আৰু চিকিৎসা কৰিলেও সহজে আৰোগ্য নহয়।

Previous Post

হায়দৰাবাদৰ ৰেষ্টুৰেন্টত মহিলাৰ প্ৰস্ৰাৱগাৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হিডেন কেমেৰাঃগ্ৰেপ্তাৰ এজন কৰ্মচাৰী

Next Post

ৰোহিত চেট্টীৰ বহু চৰ্চিত ছবি সিংহামৰ তৃতীয় খণ্ডত দেখা যাব আৰু এক নতুন আৰক্ষী বিষয়াৰ চৰিত্ৰঃ অজয় দেবগণ , অক্ষয় কুমাৰ আৰু ৰণবীৰ সিংৰ লগত সংযোজিত হ’ব আৰু এটা নাম

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰোহিত চেট্টীৰ বহু চৰ্চিত ছবি সিংহামৰ তৃতীয় খণ্ডত দেখা যাব আৰু এক নতুন আৰক্ষী বিষয়াৰ চৰিত্ৰঃ অজয় দেবগণ , অক্ষয় কুমাৰ আৰু ৰণবীৰ সিংৰ লগত সংযোজিত হ’ব আৰু এটা নাম

ৰোহিত চেট্টীৰ বহু চৰ্চিত ছবি সিংহামৰ তৃতীয় খণ্ডত দেখা যাব আৰু এক নতুন আৰক্ষী বিষয়াৰ চৰিত্ৰঃ অজয় দেবগণ , অক্ষয় কুমাৰ আৰু ৰণবীৰ সিংৰ লগত সংযোজিত হ’ব আৰু এটা নাম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7