VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এচিড আৰু জুয়ে পোৰা লোকসকলে হাতেৰে তৈয়াৰ কৰা পোছাকৰ এক ফেশ্বন ব্ৰেণ্ড ‘আৰা লুমিয়েৰ’

শেহতীয়াকৈ ‘মিলান ফেশ্বন সপ্তাহ’ত জয় লাভ কৰিলে এচিড আৰু জুয়ে পোৰা ভুক্তভোগীসকলে প্ৰস্তুত কৰা ডিজাইনাৰ পোছাকে

voicedesk by voicedesk
September 29, 2022
in জীৱন
এচিড আৰু জুয়ে পোৰা লোকসকলে হাতেৰে তৈয়াৰ কৰা পোছাকৰ এক ফেশ্বন ব্ৰেণ্ড ‘আৰা লুমিয়েৰ’
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

সমাজত বহু সময়ত বিভিন্ন ধৰণে শোষিত হৈ আহিছে আমাৰ নাৰীসকল ৷ সেই শোষণৰ এক জলন্ত উদাহৰণ হৈছে এচিদ আক্ৰমণ  ৷ বহু সময়ত বহু প্ৰতিভাৱান যুৱতীৰ জীৱনলৈ  এচিড আক্ৰমণৰ যোগেদি অন্ধকাৰ নমাই আনিছে সমাজৰ এছাম অসাধু লোকে ৷ কিন্তু এনেধৰণৰ ভয়াবহ আক্ৰমণৰ বলী হোৱাৰ পিছতো ৰৈ যোৱা নাই বহু নাৰী ৷ নিজৰ জীৱনক এক সংগ্ৰাম হিচাপে লৈ আগবাঢ়িছে তেওঁলোক ৷ অৱশ্যে এইক্ষেত্ৰত তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াইছে কিছু মানৱ দৰদী লোক বা সংগঠনেও ৷

‘আৰা লুমিয়েৰ’ হৈছে  তেনে এক ফেশ্বন ব্ৰেণ্ড যি এচিড আৰু জুয়ে পোৰা লোকসকলে হাতেৰে তৈয়াৰ কৰা পোছাকৰ জৰিয়তে এচিড আৰু জুয়ে পোৰা ভুক্তভোগীসকলক শক্তিশালী কৰাৰ লগতে বিশেষকৈ এনে আক্ৰমণৰ পৰা উদ্ধাৰ হোৱা লোকসকলৰ দ্বাৰা অধিক পোছাক প্ৰস্তুত কৰে।

এচিড আক্ৰমণ নাইবা জুয়ে পোৰাৰ ভয়াবহতাৰ পৰা উদ্ধাৰ হোৱা  লোকসকলে সৃষ্টি কৰা তেনেধৰণৰ  বিশেষ ডিজাইনবোৰে শেহতীয়াকৈ ‘মিলান ফেশ্বন সপ্তাহ’ত  জয় লাভ কৰাৰ বাতৰিয়ে সমাজলৈ অৱশ্যেই এক যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে  আৰা লুমিয়েৰ ব্ৰেণ্ডৰ অধীনত থকা  ‘মিলান ফেশ্বন সপ্তাহ’ত  জয় লাভ কৰিবলৈ সক্ষম হোৱা  এই ডিজাইনবোৰ ‘কুলচুম শাদাব ৱাহাব’ৰ পৰামৰ্শদাতাৰ অধীনত হোথুৰ ফাউণ্ডেচনৰ দ্বাৰা একত্ৰিত কৰা হৈছিল।

Previous Post

“নৱদুৰ্গাৰ চতুৰ্থ ৰূপ ‘কুষ্মাণ্ড’ আজি নৱৰাত্ৰিৰ কুষ্মাণ্ড পূজা”

Next Post

কেতিয়াৰ পৰা প্ৰযোজ্য হ’ব গাড়ীত ছটা এয়াৰবেগৰ বাধ্যতামূলক নীতি ? কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে!!

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কেতিয়াৰ পৰা প্ৰযোজ্য হ’ব  গাড়ীত ছটা এয়াৰবেগৰ বাধ্যতামূলক নীতি ?  কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে!!

কেতিয়াৰ পৰা প্ৰযোজ্য হ’ব গাড়ীত ছটা এয়াৰবেগৰ বাধ্যতামূলক নীতি ? কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে!!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7